• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ ন্যায়ালয়ত মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ গোচৰ : বিত্ত তথা শিক্ষা বিভাগলৈ জাননী জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2018 2:10 pm
Guwahati-High-court-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি প্ৰাপ্য গ্ৰেড পে’ৰ পৰা বঞ্চিত হৈ থকাৰ পিছত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই অৱশেষত দ্বাৰস্থ হ’ল ন্যায়ালয়ৰ। উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকক ৯,৪০০ টকা গ্ৰেড পে’ প্ৰদানৰ পোষকতা কৰাৰ পিছতো বিষয়টোত গুৰুত্ব নিদিয়াত সন্থাই উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি) ৬৫৯৯/২০১৮ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে।

উক্ত লেখ আবেদনখনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল এছ জমীৰৰ এজনীয়া বিচাৰপীঠে ৬ সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰি বিত্ত আৰু শিক্ষা বিভাগলৈ জাননী জাৰি কৰিছে।

Apply Now

সন্থাৰ সভাপতি প্ৰশান্ত দত্ত আৰু সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই এক বিবৃতিযোগে এই  কথা জানিবলৈ দি কয় যে পূৰ্বৰ ৩১২/২০১৪ নম্বৰৰ এক গোচৰ সংক্ৰান্তত উচ্চ ন্যায়ালয়ে গ্ৰেড পে’ৰ প্ৰসংগত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি দিছিল। এই সমিতিয়ে স্নাতক শিক্ষতসকলক বিজ্ঞানাগাৰ নিৰ্দেশকৰ সমান গ্ৰেড পে’ ৯,৪০০ টকা প্ৰদানৰ হকে প্ৰতিবেদন দাখিল কৰে।

কিন্তু উক্ত সমিতিৰ প্ৰতিবেদনৰ পিছতো স্নাতক শিক্ষকসকলক  ৮,৭০০ টকা গ্ৰেড পে’ প্ৰদান কৰি অতিৰিক্ত ভাত্তা হিচাপে তিনিশ টকাহে প্ৰদান কৰা হয়। সেয়েহে প্ৰাপ্য গ্ৰেড পে’ বিচাৰি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বুলি সন্থাৰ নেতা দুগৰাকীয়ে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd