• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব ফাৰ্মাচিষ্ট দিৱস: উদযাপন কৰিলে গুৱাহাটীৰ আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2018 5:46 pm
গুৱাহাটীৰ জি আই পি এছত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপনৰ এটা দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

গুৱাহাটীৰ জি আই পি এছত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপনৰ এটা দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সে মঙলবাৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱস, ২০১৮ উদযাপন কৰে।

পতাকা উত্তোলনেৰে আৰম্ভ হোৱা উদযাপনটোত পৰৱৰ্তী সময়ত ইনষ্টিউটটোৰ ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টিসকলে এটা সজাগতা শোভাযাত্ৰাও উলিয়ায়।

Apply Now

অনুষ্ঠানটোত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ধীৰাজ বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰু অ’জন ফাৰ্মাচিউটিকেলছ ব্যক্তিগত সীমিতৰ সাধাৰণ পৰিচালক দীপক কুমাৰ সিং আৰু পিয়ৰ আৰু কিয়ৰ ব্যক্তিগত সীমিতৰ এ’জিএম দিলীপ কুমাৰ গুপ্তা, বিখ্যাত মনোৰোগ বিশেষজ্ঞ ডা০ জয়ন্ত দাস, অসম ফাৰ্মাচি পৰিষদৰ পঞ্জীয়ক ভুৱন চন্দ্ৰ দাস সন্মানিত অতিথি হিচাপে উপস্থিত আছিল। বিদ্যায়তনিক ক্ষেত্ৰৰ ফাৰ্মাচি পেছাদাৰীসকল, উদ্যোগ দৰৱ নিয়ামক, শিক্ষাৰ্থী আৰু আন অতিথি উপস্থিত থাকে।

আদৰণি ভাষণ দিয়ে জি আই পি এছৰ অধ্যক্ষ ড০ গৌৰাংগ দাসে। উপলক্ষটোত প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠানটোত এটা দৰৱ তথ্য কেন্দ্ৰও আৰম্ভ কৰে। এইটো এটা গুৰুত্বপূৰ্ণ খোজ কাৰণ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বৰ্তমান এনে কৰ্মক্ষম সংগঠন নাই। সেই কেন্দ্ৰটো অসমৰ উপ দৰৱ নিয়ন্ত্ৰক হৰেশ চন্দ্ৰ দেউৰীৰ উপস্থিতিত উদ্বোধন কৰে স্বাস্থ্য সেৱা, গুৱাহাটী, অসমৰ সঞ্চালক ড০ ৰতীন্দ্ৰ ভূঞাই।

এই তথ্য কেন্দ্ৰটোৱে স্বাস্থ্যযত্ন পেছাদাৰী, গৱেষণা পণ্ডিত, ৰোগী আৰু অন্যান্যক দৰৱ ব্যৱহাৰৰ যিকোনো দিশ সম্পৰ্কে খাটি, অপক্ষপাতদুষ্ট, সঠিক প্ৰসংগযুক্ত আৰু শেহতীয়া তথ্য প্ৰদান কৰিব। প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ এটি বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে এদিনজোৰা কাৰ্য্যসূচীৰ সামৰণি পৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd