• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্রীলংকাৰ স্কুল ক্ৰিকেটত ৰাষ্ট্ৰীয় অভিলেখ অসমৰ প্ৰদ্যুন শইকীয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2018 4:48 pm
42526113_1993821754019456_8781231464701231104_n

প্ৰদ্যুন শইকীয়া। ফটো : ফেচবুকৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীলংকাৰ স্কুল ক্ৰিকেটত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিলে অসমৰ এগৰাকী কিশোৰ প্ৰদ্যুন শইকীয়াই।

চলিত বৰ্ষৰ ১৭ অনুৰ্ধৰ ৰাষ্ট্ৰীয় স্কুল ক্ৰিকেটৰ এটা চিজনত ৬ টা শতকীয় ইনিংছৰে সৰ্বমুঠ ১২৯৯ ৰাণ কৰি প্ৰদ্যুন শইকীয়াই এই অভিলেখ গঢ়িছে। ইয়াতে তেওঁৰ দ্বিশতকৰ লগতে সৰ্বোচ্চ অপৰাজিত ত্ৰিশতকীয় ইংনিছো আছে।

Apply Now

শ্ৰীলংকাত ১৭ অনুৰ্ধৰ শাখাত কোনোৱে প্ৰথমবাৰৰ বাবে ১০০০ ৰাণ কৰাৰ অভিলেখ গঢ়ে প্ৰদ্যুনে।

কলম্বোৰ ব্ৰিটিছ স্কুলৰ ছাত্ৰগৰাকীয়ে আন্ত:স্কুল প্ৰতিযোগিতাত ১০০০ ৰাণ অতিক্ৰম কৰি বিৰল কৃতিত্ব কঢ়িয়াই আনে।

অসম মূলৰ আক্ৰমণাত্মক বাওঁহতীয়া বেটছমেন প্ৰদ্যুনে প্ৰথমগৰাকী খেলুৱৈ হিচাপে এই অভিলেখ গঢ়ে নিজৰ ১৪ টা সাৱলীল ইনিংছৰ জৰিয়তে।

প্ৰদ্যনে ১০ বছৰ বয়সত ব্ৰিটিছ স্কুলত যোগদান কৰে আৰু তেতিয়াৰে পৰা জুনিয়ৰ আৰু ছিনিয়ৰ ক্ৰিকেট প্ৰতিযোগিতাত এগৰাকী দ্ৰুত ৰাণ সংগ্ৰহকাৰী হিচাপে বিবেচিত হৈ আহিছে।

উল্লেখযোগ্য যে প্ৰদ্যুন শইকীয়াৰ পিতৃ প্ৰদীপ শইকীয়া আৰু মাতৃ ববিতা শইকীয়া গুৱাহাটীৰ বাসিন্দা আৰু বৰ্তমান কৰ্মসূত্ৰে শ্ৰীলংকাৰ কলম্বোত আছে। গুৱাহাটীৰ দীঘলীপুখুৰীৰ সূৰ্যকুমাৰ ভূঞা পথৰ ৩৩ নং গৃহৰ বাসিন্দা এই শইকীয়া পৰিয়াল।

প্ৰদীপ শইকীয়াই ডনবস্কো হাইস্কুল, কটন কলেজত শিক্ষা গ্ৰহণ কৰাৰ লগতে অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক আৰু আই এম বাংগালোৰৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰিছে। বৰ্তমান তেওঁ কলম্বোত ইনফ’টেকছ গ্ল’বেল প্ৰাইভেট লিমিটেডৰ কাৰ্যবাহী সঞ্চালক হিচাপে কৰ্মৰত হৈ আছে।

প্ৰদীপ শইকীয়া প্ৰাক্তন ন্যায়াধীশ প্ৰয়াত খগেন্দ্ৰ নাথ শইকীয়াৰ পুত্ৰ আৰু প্ৰদ্যুন প্ৰয়াত ন্যায়াধীশ গৰাকীৰ নাতি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd