• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষ্টে’ট বেংক শাখাৰ সৈতে জিলা প্ৰশাসনৰ সকলো লেন-দেন বাতিল!

হাইলাকান্দি শাখাৰ সৈতে শনিবাৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ সকলো লেন-দেন বাতিল কৰিছে জিলা উপায়ুক্তই

ৰাহুল চক্ৰবৰ্তী by ৰাহুল চক্ৰবৰ্তী
September 30, 2018 3:42 pm
SBiSBi

প্ৰতিনিধিত্বমূলক ছবি। ইণ্টাৰনে’টৰ সৌজন্যত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টে’ট বেংক অৱ ইণ্ডিয়াৰ কৰ্মচাৰীৰ কাম-কাজক লৈ বহু গ্ৰাহকৰ সঘন অভিযোগৰ মাজতে বেংকটোৰ হাইলাকান্দি শাখাৰ সৈতে শনিবাৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ প্ৰশাসনৰ সকলো লেন-দেন বাতিল কৰিছে জিলা উপায়ুক্তই।

বেংকটোত থকা জিলা প্ৰশাসনৰ সকলো বেংক একাউণ্ট উঠাই লোৱাৰ লগতে ইয়াত ধন জমা নকৰাৰ বাবে শনিবাৰে নিৰ্দেশ জাৰি কৰিছে উপায়ুক্ত আদিল খানে।

Apply Now

জিলা বেংকাৰ সমিতিৰো অধ্যক্ষ উপায়ুক্তগৰাকীয়ে বেংকটোৰ কাম-কাজত ভীষণ অসন্তুষ্টি ব্যক্ত কৰি এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

‘‘চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণৰ লগতে গ্ৰাহক সেৱাৰ ক্ষেত্ৰটো এচ বি আই, হাইলাকান্দিৰ কাম-কাজ আৰু ব্যৱহাৰ কোনো ক্ষেত্ৰতে সন্তোষজনক নহয়,” উপায়ুক্তৰ নিৰ্দেশত উল্লেখ।

জিলাখনৰ আটাইতকৈ বৃ্হৎ শাখা হোৱা সত্বেও বিভিন্ন চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণ কৰা দূৰৰ কথা, এইক্ষেত্ৰত বাধাহে দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উপায়ুক্তগৰাকীয়ে।

‘‘জমা আৰু ঋণৰ ন্যূনতম অনুপাত (CD ratio) বাহাল ৰখাত এচ বি আইৰ হাইলাকান্দি শাখা সদায় বিফল হোৱাৰ লগতে ই সামাজিক ক্ষেত্ৰ আৰু অগ্ৰাধিকাৰ ভিত্তিক ঋণ আঁচনিসমূহৰ ক্ষেত্ৰটো ই পুতৌজনকভাৱে ব্যৰ্থ হৈছে,’’ খানে কয়।

উপায়ুক্তগৰাকীয়ে লগতে অভিযোগ কৰে যে গ্ৰাহকৰ প্ৰতি নিৰ্লিপ্ততাৰ উপৰি বিত্ত মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিবে অধ্যক্ষতা কৰা জিলা পৰ্য্যায়ৰ এক গুৰুত্বপূৰ্ণ বৈঠকতো ভাগ লোৱাৰ প্ৰয়োজনবোধ কৰা নাছিল বেংকটোৱে।

বেংকটোৰ এই পুতৌজনক সেৱাৰ বিষয়ে উপায়ুক্তই ইতিমধ্যে অসমৰ মুখ্য সচিব, বিত্ত বিভাগৰ প্ৰধান সচিব আৰু গুৱাহাটীস্থিত এচ বি আইৰ মুখ্য মহাপ্ৰবন্ধকৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ৰাহুল চক্ৰবৰ্তী

ৰাহুল চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd