• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা : আলোচনাৰ বাবে বি এছ য়ুক আমন্ত্ৰণ মুখ্য মন্ত্ৰীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 30, 2018 8:55 pm
Bodoland-University-strike-768x384
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তিৰ দাবীত বড়োলেণ্ড ছাত্ৰ সন্থাই চলাই থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটে দহদিন অতিক্ৰম কৰিছে। ফলত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ নষ্ট হোৱাৰ লগতে প্ৰশাসনিক কাম-কাজ, ষান্মাসিক পৰীক্ষা, কৰ্মশালা আদি বন্ধ হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হ’বলৈ সন্মত হৈছে।

কাইলৈ, অৰ্থাৎ ১ অক্তোবৰত দিচপুৰত মুখ্য মন্ত্ৰীৰ আলোচনাকক্ষত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বি এছ য়ুৰ প্ৰতিনিধি দলৰ সৈতে এই বৈঠকখন অনুষ্ঠিত হ’ব। জানিব পৰামতে, তাৰ বাবে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিবে কোকৰাঝাৰ জিলা  উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে।

Apply Now

ইয়াৰ প্ৰাক মুহূৰ্তত আজি কোকৰাঝাৰত অনুষ্ঠিত এখন সংবাদমেলত বি এছ য়ুৰ সভাপতি সৌগৌমছাৰ বসুমতাৰী আৰু অন্যান্য নেতৃবৰ্গই স্পষ্টকৈ কয় যে উক্ত বৈঠকত তেওঁলোকৰ দাবী মানি ল’লেহে সংগঠনটোৱে আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিব।

“দাবীসমূহৰ ওপৰত ফলপ্ৰসূ আলোচনা হ’লেহে অনিৰ্দিষ্টকালীন ধৰ্মঘট প্ৰত্যাহাৰ কৰা-নকৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব”, এইবুলি সংবাদমেলত সৌগৌমছাৰ বসুমতাৰীয়ে জানিবলৈ দিয়ে।

আনহাতে, বিশ্ববিদ্যালয়ত চলি থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আছু, এবছু আৰু আৰছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা যৌথ বিবৃতিত এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জনক উজীৰ, সম্পাদক সৌমদৌন ব্ৰহ্ম, আছুৰ জিলা সভাপতি সুবোধ ৰায়, সম্পাদক সবিন শৰ্মা আৰু আৰছুৰ সভাপতি ক্ৰৌকসিং চাপাৰ, সম্পাদক বিন্দু ৰাভাই বিবৃতিত উল্লেখ কৰে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজৰ লগতে কৰ্মশালা, ষান্মাষিক পৰীক্ষাও বন্ধ হৈ পৰাত উদ্বেগ প্ৰকাশ কৰে।

শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান আৰু প্ৰশাসনিক কাম-কাজ ব্যাহত নকৰাকৈ আন্দোলনকাৰীসকলক  আন্দোলন কৰাৰ পৰামৰ্শ প্ৰদান কৰি তিনিওটা সংগঠনৰ নেতৃবৃন্দই  শিক্ষাৰ অধিকাৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত নকৰিবলৈ আন্দোলনকাৰীৰ প্ৰতি আহ্বান জনাইছে। তাৰোপৰি সমগ্ৰ বিষয়বস্তু চালিজাৰি চাই এই ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপালক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  বিবৃতিযোগে আহ্বান জনাইছে আছু,এবছু আৰু আৰছুৱে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd