• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা : আলোচনাৰ বাবে বি এছ য়ুক আমন্ত্ৰণ মুখ্য মন্ত্ৰীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 30, 2018 8:55 pm
Bodoland-University-strike-768x384
341
VIEWS
Share on FacebookShare on Twitter

বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তিৰ দাবীত বড়োলেণ্ড ছাত্ৰ সন্থাই চলাই থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটে দহদিন অতিক্ৰম কৰিছে। ফলত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ নষ্ট হোৱাৰ লগতে প্ৰশাসনিক কাম-কাজ, ষান্মাসিক পৰীক্ষা, কৰ্মশালা আদি বন্ধ হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হ’বলৈ সন্মত হৈছে।

কাইলৈ, অৰ্থাৎ ১ অক্তোবৰত দিচপুৰত মুখ্য মন্ত্ৰীৰ আলোচনাকক্ষত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বি এছ য়ুৰ প্ৰতিনিধি দলৰ সৈতে এই বৈঠকখন অনুষ্ঠিত হ’ব। জানিব পৰামতে, তাৰ বাবে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিবে কোকৰাঝাৰ জিলা  উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে।

ইয়াৰ প্ৰাক মুহূৰ্তত আজি কোকৰাঝাৰত অনুষ্ঠিত এখন সংবাদমেলত বি এছ য়ুৰ সভাপতি সৌগৌমছাৰ বসুমতাৰী আৰু অন্যান্য নেতৃবৰ্গই স্পষ্টকৈ কয় যে উক্ত বৈঠকত তেওঁলোকৰ দাবী মানি ল’লেহে সংগঠনটোৱে আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিব।

“দাবীসমূহৰ ওপৰত ফলপ্ৰসূ আলোচনা হ’লেহে অনিৰ্দিষ্টকালীন ধৰ্মঘট প্ৰত্যাহাৰ কৰা-নকৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব”, এইবুলি সংবাদমেলত সৌগৌমছাৰ বসুমতাৰীয়ে জানিবলৈ দিয়ে।

আনহাতে, বিশ্ববিদ্যালয়ত চলি থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আছু, এবছু আৰু আৰছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা যৌথ বিবৃতিত এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জনক উজীৰ, সম্পাদক সৌমদৌন ব্ৰহ্ম, আছুৰ জিলা সভাপতি সুবোধ ৰায়, সম্পাদক সবিন শৰ্মা আৰু আৰছুৰ সভাপতি ক্ৰৌকসিং চাপাৰ, সম্পাদক বিন্দু ৰাভাই বিবৃতিত উল্লেখ কৰে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজৰ লগতে কৰ্মশালা, ষান্মাষিক পৰীক্ষাও বন্ধ হৈ পৰাত উদ্বেগ প্ৰকাশ কৰে।

শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান আৰু প্ৰশাসনিক কাম-কাজ ব্যাহত নকৰাকৈ আন্দোলনকাৰীসকলক  আন্দোলন কৰাৰ পৰামৰ্শ প্ৰদান কৰি তিনিওটা সংগঠনৰ নেতৃবৃন্দই  শিক্ষাৰ অধিকাৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত নকৰিবলৈ আন্দোলনকাৰীৰ প্ৰতি আহ্বান জনাইছে। তাৰোপৰি সমগ্ৰ বিষয়বস্তু চালিজাৰি চাই এই ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপালক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  বিবৃতিযোগে আহ্বান জনাইছে আছু,এবছু আৰু আৰছুৱে।

Recent News

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd