• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰিত সদৌ বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

ছাজিদ খান by ছাজিদ খান
October 2, 2018 9:14 pm
IMG-20181002-WA0014
268
VIEWS
Share on FacebookShare on Twitter

সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৈছে যে অহিংসাৰ দীৰ্ঘম্যাদী ফল ইতিবাচক হয়।  হিংসাৰ মাজেৰে সাধন কৰা কাৰ্যৰ ফল সদায় বেয়া আৰু বিজয় অস্থায়ী। মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি ওদালগুৰি ৰে’লৱে ষ্টেশ্যনত আয়োজন কৰা জনসভাত এইদৰে ব্যক্ত কৰে আবছুৰ সভাপতি প্ৰমোদ বড়োৱে।

১৯৩৪ চনৰ ১২ এপ্ৰিলত মহাত্মাই তেজপুৰৰ ‘হৰিজন সেৱক সংঘ’ই আয়োজন কৰা এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথত এইটো ঐতিহাসিক ৰে’লৱে ষ্টেশ্যনতেই ১৭ মিনিট ৰৈছিল।

আবছুৰ সভাপতিগৰাকীয়ে আশা প্ৰকাশ কৰে যে মহাত্মা গান্ধীৰ অহিংসাৰ বাণীৰ ওপৰত প্ৰতিষ্ঠিত পৃথক বড়োলেণ্ডৰ দাবীৰ অহিংস আন্দোলনে এদিন ইতিবাচক সমাপ্তি লাভ কৰিব।

নিজৰ ভাষণত সমাজকৰ্মী মুনীন্দ্ৰ শৰ্মাই ওদালগুৰি ৰে’লৱে ষ্টেশ্যনত গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ ৰে’লৱে কৰ্তৃপক্ষক অনুৰোধ জনায়।

আবছুৱে আয়োজন কৰা গান্ধী জয়ন্তীৰ এই অনুষ্ঠানটোত সাংসদ ৰমেন ডেকা, নেছাৰ্ছ বেকনৰ সৌম্যদীপ দত্ত, মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক (DRM) ৰৱিলা কুমাৰ, ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিং, সাহিত্য অকাডেমী বিজেতা তাৰাপতি উপাধ্যায়, নবীনমাল্লা বড়ো আৰু পুষ্পধৰ শৰ্মা আৰু এনডিএফবিৰ (প্ৰগ্ৰেছিভ) সভাপতি ধীৰেন বড়ো আদি উপস্থিত আছিল।

ইয়াৰ পূৰ্বে আবছুৰ সাংগঠনিক পতাকা আৰু ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ লগতে শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাই দিয়া হৈছিল।

উল্লেখ্য যে ওদালগুৰি টাউন কমিটীয়েও গান্ধী ময়দানত গান্ধী জয়ন্তী উদযাপন কৰি ১০ গৰাকী জ্যেষ্ঠ নাগৰিকৰ প্ৰতিগৰাকীক গামোচা, আৰনাই আৰু শৰাইৰে সম্বৰ্ধনা জনায়।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd