• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০.৪৫ বজাত শপত; আজি দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশত পৰিণত হ’ব ৰঞ্জন গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2018 7:35 am
ranjan-gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১০.৪৫ বজাৰ সময়খিনি অসমবাসীৰ বাবে আন এক ব্যতিক্ৰম গৌৰৱৰ মুহূৰ্ত হ’ব। কাৰণ অসম সন্তান ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি এই মুহূৰ্তখিনিত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব আৰু ন্যায়িক শীৰ্ষ পদত অধিষ্ঠিত হ’ব।

দেশৰ সৰ্বোচ্চ ন্যায়ক্ষমতা হাতত পোৱা গগৈয়ে হ’ব উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি। আজি ন্যায়াধীশ ৰঞ্জন গগৈক দেশৰ ১৪ সংখ্যক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপত পাঠ কৰাব। ইয়াৰ পিছতে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ ল’ব ন্যায়াধীশজনে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ বিদায়ী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ উত্তৰসূৰী হিচাপে শীৰ্ষতম পদটোত অধিষ্ঠিত হৈছে ৰঞ্জন গগৈ।

ইতিপূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় দিয়া ন্যায়াধীশ ৰঞ্জন গগৈৰ সন্মুখত আন কেইবাটাও গুৰুত্বপূৰ্ণ আইনী প্ৰত্যাহ্বান থকাটো নিশ্চিত। বিশেষকৈ ইয়াৰ ভিতৰত অযোধ্যাৰ গোচৰ আৰু অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ পৰা নাম বাদ পৰা ৪০ লাখ লোকৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

ইয়াৰোপৰি হিন্দুত্ববাদী চৰকাৰখনৰ কিছুমান কাম-কাজো বা হিন্দুত্ব কেন্দ্ৰিক বেআইনী ক্ৰিয়াকলাপৰ প্ৰতি থকা চৰকাৰৰ সহনশীলতাও ন্যায়াধীশ ৰঞ্জন গগৈৰ ন্যায়-শাসনৰ চকুত পৰিব পাৰে।

আনহাতে পূৰ্বে আন তিনিজন জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে একত্ৰিতভাৱে সংবাদমেল দি বিষোদগাৰ কৰিলেও ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেশৰ বিদায়ী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ শলাগ লয়। তেওঁক অসাধাৰণ আইনবিদ বুলি অভিহিত কৰে গগৈয়ে। ২ অক্তোবৰত উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে আয়োজন কৰা বিদায়ী মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিদায়সভাত গগৈয়ে এইদৰে কয়। তেওঁ লগতে কয়, “আমি এতিয়া জাতি-বৰ্ণ, ধৰ্ম আৰু মতদাৰ্শৰ ভিত্তিত পূৰ্বতকৈ অধিক বিভাজিত হৈ পৰিছো।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd