• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়া যোগক্ৰীড়াত নগাঁৱৰ পঞ্চী বৰাৰ স্বৰ্ণজয়

মিণ্টু দাস by মিণ্টু দাস
October 4, 2018 7:36 am
9fb16658-6fa2-419a-a7e8-00aff45b8255

ফটো : নৰ্থ-ইষ্ট নাও

268
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ যোগক্ৰীড়াৰ ক্ষেত্ৰত পুনৰ জিলিকি উঠিল অসমৰ কিশোৰী-যুৱতী। কেৰেলাত অনুষ্ঠিত হোৱা অষ্টম এছিয়া যোগক্ৰীড়া প্ৰতিযোগিতাত আৰ্টিষ্টিক ছ’ল’ বিভাগত স্বৰ্ণ জয় কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ পুৰণিগুদামৰ পঞ্চী বৰাই ।

১৭ বছৰ অনুর্ধ্বৰ যোগক্ৰীড়া প্ৰতিযোগিতাত পঞ্চী বৰাই সোণৰ পদক অৰ্জন কৰাত পুৰণিগুদামবাসী উৎফুল্লিত হৈ পৰিছে। যোৱা ২৭ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত এছিয়াৰ বহু সংখ্যক আগশাৰীৰ দেশে অংশগ্ৰহণ কৰিছিল।

2f3ae51a-308c-46fb-98b9-a2ca563b4b76
ফটো : নৰ্থ-ইষ্ট নাও

পঞ্চী বৰাৰ উপৰি এই প্ৰতিযোগিতাত নগাঁৱৰ উদীতাৰাণী বৰাই ৭ ৰ পৰা ১১ বছৰ বয়সৰ অনুর্ধ্বৰ যোগাসন প্ৰতিযোগিতাত ৰূপৰ পদক, ১২ ৰ পৰা ১৪ বছৰ অনুর্ধ্বৰ যোগাসন প্ৰতিযোগিতাত তেজপুৰৰ হৰ্ষিতা গোস্বামীয়ে ৰূপৰ পদক আৰু ১২ ৰ পৰা ১৪ বছৰ অনুর্ধ্বৰ যোগাসন প্ৰতিযোগিতাত শিৱসাগৰৰ আস্থা বৰাই তামৰ পদক অৰ্জনৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে, ২০১৬ বৰ্ষত ভিয়েটনামত অনুষ্ঠিত ষষ্ঠ এছিয়ান যোগক্ৰীড়া প্ৰতিযোগিতাতো পঞ্চী বৰাই দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

এইদৰে আৰ্ন্তজাতিক ক্ষেত্ৰত অসমৰ যোগক্ৰীড়া খেলুৱৈয়ে ধাৰাবাহিকভাৱে সফলতা লাভ কৰাতো স্বাভাৱিকতে অসমৰ বাবে আনন্দ তথা গৌৰৱৰ বিষয়।

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd