• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঠিকাদাৰ সন্থাৰ অভিযোগ; জল সম্পদ বিভাগৰ ওপৰত বিশ্বাস নাই বিধানসভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2018 2:28 pm
a26d0358-f592-4c28-8f33-69c4f4485b4b

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বাৰিষা ভয়ানক বানপানী হোৱাটো চিৰন্তন সত্য যদিও চৰকাৰে বাজেটত জলসম্পদ বিভাগত পুঁজি নিৰ্ধাৰণ কৰিব টান পায়। জল সম্পদ বিভাগৰ ওপৰত বিধানসভাৰ বিশ্বাস নাই। যাৰ পৰিণতিত ই এটা পৰিপূৰক বিভাগত পৰিণত হৈছে।’’ এই মন্তব্য সদৌ অসম জল সম্পদ ঠিকাদাৰ সন্থাৰ সভাপতি মুহি বৰগোহাঁইৰ।

আজি ঠিকাদাৰ সন্থাই দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি উক্ত মন্তব্য কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰা দেখা যায়। সংবাদমেলত সন্থাৰ সভাপতি মুহি বৰগোহাঁইয়ে চৰকাৰে বাজেটত জলসম্পদ বিভাগত কিয় পুঁজি নিৰ্ধাৰণ নকৰে বুলি প্ৰশ্ন কৰে।

Apply Now

FMP আঁচনিৰ বিনিময়ত দীৰ্ঘদিনীয়া অনাদায় পুঁজি বাজেটত নিৰ্ধাৰণৰ বাবে জলসম্পদ বিভাগে দাবী কৰা ১২৫৪ কোটি টকাৰ বিপৰীতে যোৱা বাৰ্ষিক বাজেট অধিবেশনত ধাৰ্য্য কৰা হ’ল মাত্ৰ ৫৩.৩০ কোটি টকা, যাৰ পৰিণতিত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া প্ৰায় ১৫৫ কোটি টকা বিত্ত বিভাগে আজিও মুকলি কৰি দিয়া নাই বুলি বৰগোহাঁইয়ে সংবাদমেলত জানিবলৈ দিয়ে।

ইয়াৰ উপৰি চলিত শৰৎকালীন অধিৱেশনত পৰিপূৰক বাজেটত ৩০০ কোটি টকা ধাৰ্য্য কৰা কাৰ্য্যক আদৰণীয় বুলি বৰগোহাঁইয়ে কয় যদিও মূল বাজেটত অন্তৰ্ভুক্ত নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা মুকলি কৰা প্ৰাপ্যৰ বাবে ৭ মাহ কাল অপেক্ষা কৰিবলগীয়া হৈছে। ফলস্বৰূপে মথাউৰি নিৰ্মাণৰ লগতে জনসাধাৰণৰ অন্যান্য কামসমূহ স্থবিৰ হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে তেওঁ জল সম্পদ বিভাগত নিবিদাৰ পেকেজ নিৰ্ধাৰণৰ কোনো লিখিত পৰামৰ্শ বা নিৰ্দেশনাৱলী নাই বুলিও কয়।

এই সংবাদমেলতে ‘E-Tendering’ পদ্ধতিৰে আহ্বান কৰা চৰ্ত্তাৱলী সম্পৰ্কত প্ৰাৰম্ভিক আলোচনাৰ বাবে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক বিগত এবছৰ ধৰি আবেদন জনাই আহিছো যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰা বুলি সন্থাই অভিযোগ তোলে।

ইফালে সংগঠনটোৱে অহা ১২ অক্টোবৰৰ ভিতৰত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উদ্যোগত নিবিদাৰ পেকেজৰ চৰ্ত্তাৱলী সম্পৰ্কে আলোচনা কৰিবৰ বাবে আহ্বান জনায়। অন্যথা মুখ্য অভিযন্তাৰ কাৰ্যালয়ত যিকোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব আৰু আইনৰ কাষ চাপিবলৈ বাধ্য হ’ব বুলি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ঠিকাদাৰী সন্থাই।

আনহাতে আজিৰ এই সংবাদমেলতে ঠিকাদাৰ সকলে বিভিন্ন সময়ত নিজৰ ধন খৰছ কৰি হ’লেও মথাউৰি নিৰ্মাণৰ লগতে অন্যান্য উন্নয়নমূলক কাম কৰা বুলি মুহি বৰগোহাঁইয়ে উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd