• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ : মুখ্যমন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 2:44 pm
55658d72-75fd-488f-a988-dc12e66723cb

দীনদয়াল উপাধ্যায় বি,য়ক গ্ৰন্ত উন্মোচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল। ফটো : নৰ্থইষ্ট নাও

18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

”পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই একো একোখন ডাঙৰ গ্ৰন্থ। তেখেতৰ বিষয়ে যিমানেই অধ্যয়ণ কৰিব সিমানেই জ্ঞানৰ পোহৰ, আধ্যাত্মিক চেতনা শক্তি লাভ কৰাৰ উপৰি মানৱ ধৰ্মৰ দৰ্শন লাভ কৰিব। বিশ্বৰ বুকুত তেখেতৰ আদৰ্শৰেহে একাত্ম মানৱতবাদ প্ৰতিষ্ঠা কৰা সম্ভৱ।” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Apply Now

নগাঁৱৰ অন্যতম গ্ৰন্থ প্ৰকাশন ৰণাংগন প্ৰকাশনৰ পৰা প্ৰকাশিত বিশিষ্ট কবি, প্ৰাৱন্ধিক, অনুবাদক পৰাণ কুমাৰ বৰুৱাৰ দ্বাৰা সম্পাদিত  ”যুগদ্ৰষ্টা দীনদয়াল” আৰু তেখেতৰে ”পণ্ডিত দীনদয়াল উপাধ্যায়ঃ জীৱন আৰু কৰ্মসাধনা” গ্ৰন্থৰ বাংলা ভাষাৰ ভাঙনি অসম বিধান সভা সচিবালয়ৰ গোপীনাথ বৰদলৈ ভৱন প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ব্যক্তিত্বত ইমানেই গুণ আছে বুলি উল্লেখ কৰি কয় যে যি দিশৰ পৰা তেখেতক বিশ্লেষণ কৰিব সেই দিশৰ পৰাই পোহৰ পাব। সাধাৰণভাৱে জীৱন-যাপন কৰা এগৰাকী ব্যক্তিৰ চিন্তাত বিশাল মনৰ কথা পৰিলক্ষিত হয়। তেখেতৰ মানৱতা সম্পৰ্কত কোৱা প্ৰতিটো কথাৰ বাবেই সমাজখন কেতিয়াও বিপদত নপৰে। যুগে যুগে এইখন সমাজ সদায় শক্তিশালী হৈ থাকিব।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে দীনদয়াল উপাধ্যায়ে জীৱনৰ প্ৰতিটো মুহূৰ্তই মানৱতাৰ স্বাৰ্থত আগবঢ়াই গৈছিল বুলি উল্লেখ কৰি কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনজোৰা সাধনা, কৰ্ম আৰু দৰ্শনৰ জৰিয়তে প্ৰকাশিত আলোকে দেশৰ জনসাধাৰণক জ্ঞানৰ মাৰ্গ প্ৰদৰ্শন কৰিছিল। এইগৰাকী মহান মনীষীৰ আধ্যাত্মিক, সামাজিক আৰু মানৱীয় চিন্তাৰে প্ৰসাৰিত কৰি ভাৰত ৰাষ্ট্ৰক বিশ্বক এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত নিষ্ঠাৰে আত্মনিয়োগ কৰিছিল।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিধায়ক দিলীপ পাল, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, শিলাদিত্য দেৱ, কিশোৰ নাথ, সঞ্জয় কিষাণ, চক্ৰধৰ গগৈ আৰু অসমৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ অধ্যক্ষ হৰেকৃষ্ণ ভঁ‌ৰালী, মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভঁ‌ৰালীকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁ‌ত ধৰে মাহেকীয়া বাৰ্তালোচনী ‘ৰণাংগন’ৰ সম্পাদক মিণ্টু দাসে। উল্লেখ্য যে, ‘পণ্ডিত দীনদয়াল উপাধ্যায়ঃ জীৱন আৰু কৰ্মসাধনা” গ্ৰন্থৰ বাংলা ভাষাৰ ভাঙনি কৰে মণিকা সৰকাৰ আৰু সুশান্ত সৰকাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd