• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ হ্ৰাস-বৃদ্ধিৰ লুকাভাকু : আজি পুনৰ বৃদ্ধি পালে দৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2018 8:54 am
Lockdown: No fuel for those not wearing masks in Assam's Biswanath

প্ৰতীকী ছবি।

253
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সুখৱৰ দিবলৈ তৎপৰ হৈ পৰা চৰকাৰখনৰ বাবে পুনৰ আহুকালৰ সৃষ্টি কৰিবলৈ ওলাইছে এই জুলীয়া ইন্ধন বিধে। কিয়নো চৰকাৰৰ উৎসাহত পানী ঢালি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ইয়াৰ বাবে সৰ্বসাধাৰণক সকাহ দিয়াৰ দাবীও যেন এতিয়া অৰ্থহীন হৈ পৰিব।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ এদিন পিছতে সৰ্বসাধাৰণৰ মূৰত মাধমাৰ দি আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ দৰ পুনৰ  ৮১.৬২ টকালৈ বৃদ্ধি পোৱাৰ লগতে প্ৰতি লিটাৰ ডিজেলৰ দৰ হৈছেগৈ ৭৪.১২ টকা।

এতিয়া চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়াৰ পিছতে প্ৰতি লিটাৰ পেট্ৰ’লৰ দৰ ২৪ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ৩৬ পইচা।

উল্লেখ্যোগ্য যে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যহ্ৰাস কৰিছিল। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে আহ্বান মৰ্মে ৰাজ্য চৰকাৰেও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিছিল। সেইদৰে অসমত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত মুঠ ৫ টকাকৈ হ্ৰাস পাইছিল।

তাৎপৰ্যপূৰ্ণভাৱে, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ এদিন পিছতে শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পালে। এতিয়া পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ পিছত সাময়িকভাৱে আন্দোলন স্থগিত ৰখা দল-সংগঠনবোৰে আকৌ প্ৰতিবাদৰ কাৰ্যসূচী লৈ ৰাজপথলৈ ওলাই অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd