• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা বিভাগৰ কাণ্ডজ্ঞানহীন কাৰ্য : শিক্ষক পদত নিযুক্তি নাবালকক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2018 1:37 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ অধীনৰ যিকোনো চাকৰিত নিযুক্তিৰ বয়সৰ ন্যূনতম সীমা ১৮ বছৰ হোৱাৰ সময়তে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগত ১৫-১৬ বছৰতে নিযুক্তি লাভ কৰি শিক্ষকতা কৰি থকাৰ ঘটনা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৱে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই কথা পোহৰলৈ আনিছে।

Apply Now

শিৱসাগৰ জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত জামুগুৰি প্ৰাথমিক বিদ্যালয়ত ১৯৮৫ চনৰ এক এপ্ৰিলত যোগদান কৰা এগৰাকী শিক্ষয়িত্ৰীৰ বয়স জন্ম বয়স ১ এপ্ৰিল, ১৯৬৯।

এতিয়া মন কৰিব লগীয়া যে শিক্ষয়িত্ৰী গৰাকীয়ে চাকৰিত যোগদান কৰোতে উল্লেখ কৰা অনুসৰি যোগদানৰ সময়ছোৱাত তেওঁৰ বয়স হ’ব ১৬ বছৰ।

৫৬২ নং নৰাকোঁৱৰ বাইলুং এল পি স্কুলৰ এজন শিক্ষকে ১৯৯৬ চনৰ ২৭ জানুৱাৰীত যোগদান কৰোতে তেওঁৰ জন্মৰ তাৰিখ দিয়া আছে ২ মাৰ্চ, ১৯৭৯। এই অনুসৰি সেই সময়ত তেওঁৰ বয়স ১৬ বছৰ।

এনেদৰেই শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অধীনৰ কেইবাখনো বিদ্যালয়ত জালিয়াতিৰে ১৫/১৬ বছৰ বয়সতে শিক্ষকতাৰ চাকিৰ লোৱাৰ কথা পোহৰলৈ আহিছে।

আনহাতে যোৱা ৫ অক্টোবৰত প্ৰশান্ত শইকীয়া নামৰ এজন ব্যক্তিয়ে শিৱসাগৰ সদৰ থানাত এই অনিয়ম তথা জালিয়াতি সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

আৰু পিছত শইকীয়াই দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ১০৩৬/১৮ নম্বৰত গোচৰ ৰুজু কৰি এই জালিয়াতি সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।

ইফালে নৱ নিৰ্মাণ সেনাই এই জালিয়াতিৰ সন্দৰ্ভত এই উচিত তদন্ত কৰাৰৰ বাবে আহ্বান জনোৱাৰ লগতে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগত বিভিন্ন সময়ত হোৱা নিযুক্তি সন্দৰ্ভত দুৰ্নীতিৰ দাবী তুলি শিক্ষা মন্ত্ৰী, মুখ্য মন্ত্ৰীলৈ তথ্যসহ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd