• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধেমাজিত জিলাভিত্তিক ৬ দিনীয়া হস্ততাঁত এস্কপো আৰম্ভ

হস্ততাঁত খণ্ডটোক উদগনি দি ইয়াক সুৰক্ষিত কৰাৰ পোষকতা বিধায়ক ৰণোজ পেগুৰ

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
October 8, 2018 9:15 pm
Handloom-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাৰদীয় দূৰ্গোৎসৱ উপলক্ষে হস্ততাঁত উৎপাদিত বিভিন্ন সাজ-পোচাক আৰু অন্যন্য পণ্য সামগ্ৰী বিক্ৰিৰ বাবে ধেমাজিৰ হস্ততাঁত আৰু বয়ন বিভাগে এখন ৬ দিনীয়া হস্ততাঁত এক্সপোৰ আয়োজন কৰিছে। জিলা পৰ্যায়ৰ হস্ততাঁত এক্সপো-২০১৮ ধেমাজি চহৰত আৰম্ভ হৈছে।

৮ অক্টোবৰত ধেমাজি নগৰ মহিলা শিল্প ব্যৱসায়ী সমবায় সমিতিৰ চৌহদত স্থানীয় বিধায়ক ৰণোজ পেগুৱে ধেমাজিৰ উপায়ুক্ত আৰএ কোৰাটি আৰু আন আন বিভাগীয় বিষয়াবৰ্গৰ উপস্থিতিত এক্সপো-২০১৮ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ কয় যে হস্ততাঁত উৎপাদিত সামগ্ৰী অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। ৰাজ্যখনৰ হস্ততাঁত খণ্ডটোক উদগনি দি ইয়াক সুৰক্ষিত কৰিব লাগে বুলিও বিধায়কগৰাকীয়ে কয়।

Apply Now

বিধায়ক পেগুৱে কয় যে অসমত কৃষিৰ পাছতেই হস্ততাঁত হৈছে পৰৱৰ্তী সংগঠিত উদ্যোগ। মহিলাসকলে হস্ততাঁতৰ জৰিয়তে ঘৰুৱা অৰ্থনৈতিক দিশটো শক্তিশালী কৰে।

বিধায়কগৰাকীয়ে আৰু জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু মাজুলী জিলাক লৈ চলিত বছৰৰ অক্টোবৰ মাহতেই মাজুলীত হস্ততাঁত আৰু বস্ত্ৰৰ ওপৰত এখন সন্মিলন আয়োজিত কৰাৰ কথা পৰিকল্পনা কৰিছে।

ধেমাজিৰ হস্ততাঁত আৰু বয়ন বিভাগৰ তত্বাৱধায়ক চম্পক শইকীয়াই জনাইছে যে এই এক্সপোখনত ৮০ টা প্ৰাথমিক শিপিনী গোট আৰু ২০টা এনআৰএলএমৰ দ্বাৰা পৰিচালিত আত্মসহায়ক গোটৰ পৰা মুঠ ১০০০ গৰাকী শিপিনীয়ে যোগদান কৰিছে। বোৱনীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ৰাজ-সাহায্যপ্ৰাপ্ত হাৰত বিক্ৰি কৰিছে।

শইকীয়াই আৰু জনাইছে যে জিলাখনত ৫০,০০০তকৈও অধিক পঞ্জীয়নভুক্ত শিপিনী আছে। এই শিপিনীসকল বিভিন্ন হস্ততাঁত আঁচনি/প্ৰকল্পৰ অন্তৰ্গত আৰু তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বন লাভ কৰাৰ বাবে বিভিন্ন দক্ষতা বিকাশৰ প্ৰশিক্ষণো লৈছে।

এস্কপোত বিক্ৰিৰ বাবে অনা সামগ্ৰীসমূহৰ মাজত আছে অসমীয়া গামোচা, পাট আৰু মুগাৰ কাপোৰ, বিভিন্ন জনজাতীয় সাজ-পোচাক ইত্যাদি।

ৰাজ্যৰ হস্ততাঁত আৰু বয়ন বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাই ধেমাজিত উপস্থিত হৈ এক্সপোৰ কাম-কাজসমূহ পৰিদৰ্শন কৰে। উদ্বোধনীৰ দিনা এক্সপোখনত ৰাইজে বিপুল সংখ্যাত অংশগ্ৰহণ কৰে। জোনাই, শিলচৰ, ধেমাজি আৰু গোগামুখৰ শিপিনীসকলেও এই এক্সপোত অংশগ্ৰহণ কৰাৰ ইচ্ছা ব্যক্ত কৰিছে।

অহা শনিবাৰে এক্সপোখনৰ সমাপ্তি হ’ব।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd