• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ বজাৰত মুকলি হ’ল প্ৰাকৃতিক নিমপাতেৰে তৈয়াৰী একশ্যন ফ্ল’ৰ ক্লীনাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 9, 2018 9:02 pm
Nimyle in Guwahati

নিমপাতৰ পৰা প্ৰস্তুত কৰা ফ্ল'ৰ ক্লীনাৰ উদ্বোধন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান আই টি চি লিমিটেডে উত্তৰ-পূবৰ বজাৰত মুকলি কৰিলে নিমপাতেৰে তৈয়াৰ কৰা এবিধ ১০০ শতাংশই একশ্যন ফ্ল’ৰ ক্লীনাৰ।

আজি গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত ‘নিমাইল’ নামৰ এই একশ্যন ফ্ল’ৰ ক্লীনাৰবিধ মুকলি কৰা অনুষ্ঠানটোত উপস্থিত থাকে আই টি চি জীৱবিজ্ঞান আৰু প্ৰযুক্তিকেন্দ্ৰৰ প্ৰধান বৈজ্ঞানিক ড০ ৰামস্বামী আন্নাডুৰাই আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী।

Apply Now

আই টি চিয়ে বজাৰত মুকলি কৰি দিয়া এই ‘নিমাইল’ নামৰ ফ্ল’ৰ ক্লীনাৰবিধৰ বিষয়ে ড০ আন্নাডুৰায়ে কয়, “নিম শতিকা ধৰি ভাৰতীয় স্বাস্থ্যবিধিৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। নিমক ইয়াৰ ঔষধি আৰু উপচাৰাত্মক কাৰ্যৰ বাবে পিছফালৰ ফাৰ্মাচি বুলি গণ্য কৰা হয়। ‘নিমাইল’ নিমৰ পৰোপকাৰিতা আৰু প্ৰাকৃতিক চাফ-চিকুণতাৰ প্ৰতিশ্ৰুতিৰ সাক্ষী।”

তেওঁ লগতে কয় যে প্ৰাকৃতিক গুণসম্পন্ন ‘নিমাইল’-এ ঘৰৰ মজিয়াখন পৰিষ্কাৰ কৰি ৰখাৰ লগতে বীজাণু নাশ কৰি শিশুৰ বেমাৰ-আজাৰৰ সাম্ভাব্য বিপদ নাইকিয়া কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি অভিনেত্ৰী নিশিতা গোস্বামীয়ে কয়, “নিম বীজাণু নাশক আৰু চাফ-চিকুণতাৰ ফলপ্ৰসূ উপাদান। ‘নিমাইল’ হৈছে এক মহান আৰম্ভণি।”

তেওঁ লগতে ৰাইজৰ সন্মুখলৈ পৰিৱেশ অনুকূল মজিয়াৰ চাফ-চিকুণতাৰ বাৰ্তা সন্মুখলৈ অনাৰ বাবে আই টি চিক ধন্যবাদ জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd