• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টোকলাইত উপস্থিত নৰৱেৰ ৰাষ্ট্ৰদূত : চাহ খণ্ডলৈ নতুন প্ৰযুক্তি আমদানিৰ সম্ভাৱনা

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
October 10, 2018 8:28 pm
Tocklai-Tea-Research-Association-TRA-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত নিয়োজিত নৰৱেৰ ৰাষ্ট্ৰদূত নিলছ ৰেগনৰ কামছভাগ, চেণ্টাৰ ফ’ৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট আব দ্য নৰৱেজিয়ান ইনষ্টিট্উট অব বায়ইক’নমি ৰিছাৰ্চৰ সঞ্চালক উদয় শেখৰ নাগথু,  কেন্দ্ৰটোৰ ডাইৰেক্টৰ অব কমিউনিকেশ্যনছ ৰেগনৰ ভাগা পেডেৰছেন আৰু সঁজাতী দলৰ সদস্যসকলে টোকলাইৰ বৈজ্ঞানিকসকলক ১০ অক্টোবৰত সাক্ষাৎ কৰে।

সঁজাতী দলটোৱে অসম কৃষি বিশ্ববিদ্যালয়ত ইয়াৰ পূৰ্বে ভাৰত-আৰু নৰৱে চৰকাৰৰ সহযোগিতাৰে জলবায়ু নিৰপেক্ষ কৃষিৰ এটা প্ৰকল্প উদ্বোধন কৰে।

Apply Now

নৰৱেৰ ৰাষ্ট্ৰদূতগৰাকীয়ে টোকলাইৰ বৈজ্ঞানিকসকলৰ সৈতে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ সৈতে কেনেদৰে মিলাই ল’ব লাগে তাৰ ওপৰত আলোচনা কৰে। পৰিস্থিতিতন্ত্ৰত ছাঁ দিয়া বৃক্ষৰ ভূমিকা, চাহৰ গুণমান আৰু বিভিন্ন প্ৰকাৰৰ চাহপাত প্ৰস্তুত প্ৰণালীৰ বিষয়েও তেওঁলোকে মত বিনিময় কৰে।

ওটকলাইৰ বিষয়াসকলে কৈছে যে চাহ গৱেষণা সন্থা তথা চাহ পৰিষদৰ অধ্যক্ষ পি কে বেজবৰুৱাই ৰাষ্ট্ৰদূত আৰু তেওঁৰ সৈতে অহা সঁজাতী দলটোত ওলগ জনাই মত বিনিময় অনুষ্ঠানলৈ আগবঢ়াই লৈ যায়।

চাহ গৱেষণা সন্থাৰ সঞ্চালক ড০ একে বৰুৱাই ৰাষ্ট্ৰদূতগৰাকীক শতিকা প্ৰাচীন চাহ গৱেষণা কেন্দ্ৰটোৰ বিষয়ে এটা চমু আভাষ দিয়ে আৰু বৰ্তমানে জলবায়ু পৰিৱৰ্তনৰ সৈতে তাল মিলাই চাহগছ ৰোপণৰ পদক্ষেপসমূহৰ বিষয়েও এটা আভাস দিয়ে।

বহনক্ষম চাহপাত প্ৰস্তুতৰ পৰিৱেশ বান্ধৱ প্ৰযুক্তিৰ ওপৰত প্ৰকাশিত কেতবোৰ পুস্তিকাও সন্মানীয় অতিথিসকলৰ মাজত বিতৰণ কৰা হয়।

চাহপাত প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত জটিল প্ৰস্তুতি প্ৰক্ৰিয়াৰ বিষয়ে অৱগত হ’বলৈ নৰৱেৰ ৰাষ্ট্ৰদূতগৰাকীয়ে টোকলাইত থকা এটা নমুনা চাহপাত কাৰখানাও ভ্ৰমণ কৰে।

টোকলাই চাহ গৱেষণা কসন্থাৰ পৰা প্ৰকাশিত সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে নৰৱেৰ ৰাষ্ট্ৰদূতগৰাকীয়ে টোকলাইত চলি ছকা কাম-কাজ সন্দৰ্ভত কৌতুহল প্ৰকাশ কৰে আৰু টী টেষ্টিং অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। নৰেৱৰ ৰাষ্ট্ৰদূতগৰাকীৰ টোকলাই ভ্ৰমণে চাহ খণ্ডটোত নতুন প্ৰযুক্তিৰ আমদানিত যথেষ্ট সহায় কৰিব বুলি সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে।

স্মিতা ভট্টাটাৰ্য

স্মিতা ভট্টাটাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd