• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ দাবী উত্তৰ-পূব ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2018 11:30 am
11-10-18 delhi- NESO Pmt (3)

নতুন দিল্লীত বহস্পতিবাৰে অনুষ্ঠিত নেছ'ৰ সংবাদমেল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসমত বাস কৰা গোৰ্খাসকল বিদেশী নহয় বুলি বুধবাৰে স্পষ্ট কৰাৰ পিছতে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ-পূব ছাত্ৰ সন্থা চমুকৈ নেছ’ৱে ভাৰত-নেপাল চুক্তি যাতে উত্তৰ-পূৰ্বাঞ্চলত কাৰ্যকৰী নহয় তাৰ দাবী জনাইছে।

বৃহস্পতিবাৰে নতুন দিল্লীৰ প্ৰেছ ক্লাব অব্‌ ইণ্ডিয়াত এখন সংবাদ মেলত নে’ছৰ অধ্যক্ষ ছেমুৱেল বি জাইৰৱা, সাধাৰণ সম্পাদক ছিনাম প্ৰকাশ সিং আৰু উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিদেশী নেপালী নাগৰিকসকলক উত্তৰ-পূৰ্বাঞ্চলত বসতি স্থাপন কৰি কাম কৰিবলৈ দিব নালাগে বুলি মত ব্যক্ত কৰে।

Apply Now

গোৰ্খাসকলেও আনকি ইয়াৰ বিৰোধিতা কৰিছে বুলি উল্লেখ কৰি নেছ’ৰ উপদেষ্টা ভট্টাচাৰ্যই কয় যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ভাৰত-নেপাল চুক্তিৰ  বিৰোধিতা কৰিছে আৰু ইয়াক প্ৰত্যাহাৰ কৰাৰ বাবে আন্দোলন কৰিছে।

ভট্টাচাৰ্যই লগতে কয়,‘‘কেন্দ্ৰীয় চৰকাৰে অসমত বিভাজনৰ ৰাজনীতি কৰিছে। অসমত বছৰ বছৰ ধৰি বসবাস কৰি থকা গোৰ্খাসকল নতুন অনুপ্ৰৱেশকাৰীসকলৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে।‘‘

নে’ছৱে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে ইনাৰ লাইন পাৰ্মিট (আন্তঃৰাজ্যিক পাৰপত্ৰ)ৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে ভাৰত-নেপাল চুক্তি অনুসৰি যদি নেপালৰ পৰা প্ৰৱেশ কৰা কোনো লোকৰ হাতত নেপালৰ পাছপ’ৰ্ট, নাগৰিকত্ব প্ৰমাণ-পত্ৰ, ভোটাৰ পৰিচয়-পত্ৰ, নেপালী দূতাৱাসে জাৰি কৰা সীমিত বৈধতাৰ ফটো পৰিচয়-পত্ৰ থাকে অথবা ১০-১৮ বছৰ বয়সৰ নাগৰিকৰ বিদ্যালয়ৰ অধ্যক্ষই প্ৰদান কৰা ফটো পৰিচয়-পত্ৰ থাকে, লগতে পিতৃ-মাতৃৰ বৈধ ভ্ৰমণৰ নথি-পত্ৰ থাকে তেনেহ’লে তেওঁক অবৈধ প্ৰব্ৰজনকাৰী বুলি ধৰা নহয়।

আনহাতে, ১৯৫০ চনত স্বাক্ষৰিত ভাৰত-নেপাল চুক্তি অনুসৰি দহ বছৰৰ তলৰ শিশুক উক্ত কোনো ধৰণৰ নথিৰ প্ৰয়োজন নাই বুলি বুধবাৰে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd