• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খোলা দিনত ন্যায়াধীশে নাপাব কোনো ছুটী : ৰঞ্জন গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2018 2:21 pm
CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালতত পৰি ৰোৱা বৃহৎ সংখ্যক গোচৰৰ প্ৰতি লক্ষ্য ৰাখি এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি নৱ নিযুক্ত ভাৰতৰ মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈয়ে খোলা দিনত ন্যায়াধীশসকলক কোনো ছুটী মঞ্জুৰ নকৰাৰ নীতি গ্ৰহণ কৰিছে।

দ্য টাইমছ অৱ ইণ্ডিয়াৰ এটা বাতৰিত কোৱা হৈছে যে গগৈয়ে মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতত পৰি থকা তিনি কোটিতকৈয়ো অধিক গোচৰৰ বোজা পাতল কৰাৰ বাবে নতুন অধ্যায়ৰ সূচনা কৰাৰ আভাস দিছিল।

Apply Now

বাতৰি অনুসৰি গগৈয়ে মুখ্য ন্যায়াধীশগৰাকীয়ে আদালতৰ পথভ্ৰষ্ট সদস্যসকলৰ পৰা ন্যায়িক কাম কাজ প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ লগতে নতুন কামৰ নিৰ্দেশ অমান্য কৰা ন্যায়াধীশসকলৰ বিষয়ে তেওঁক জনাবলৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক নিৰ্দেশ দিছে।

গগৈয়ে লগতে তেওঁলোকৰ লগতে ব্যক্তিগতভাৱে বিষয়টো মোকাবিলা কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে গগৈয়ে বিশেষভাৱে নিৰ্দেশ দিয়ে যে কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা তলতীয়া ন্যায়িক বিষয়াই জৰুৰীকালীন ছুটীৰ বাহিৰে খোলা দিনত ছুটীত যাব নোৱাৰিব।

গগৈয়ে লগতে খোলা দিনত ন্যায়াধীশসকলে আলোচনা চক্ৰ বা চৰকাৰী কাৰ্যসূচীত উপস্থিত থকাৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। কাকতখনৰ বাতৰি অনুসৰি এখন আনুষ্ঠানিক পত্ৰযোগে আদালতৰ খোলা দিনত ন্যায়াধীশসকলে এল টি চি লোৱাটোও অনুমোদন কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm
২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm
২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd