• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজালীত বিধ্বংসী অগ্নিকাণ্ডত বহু লাখ টকাৰ সম্পত্তি ভষ্মীভূত

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
December 30, 2017 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশা বজালীত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। এখন চাহৰ দোকানত চিৰিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত পাটাছাৰকুছি থানাৰ অধীনৰ খাৰাধৰাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত কেইঘন্টামানৰ ভিতৰতে এখন ফাৰ্মাচী, এখন মণিহাৰী দোকানকে ধৰি আন কেইবাখনো দোকান ভষ্মীভূত হয়।

Apply Now

অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে কেইমিনিটমানৰ ভিতৰতে জুঁই বিয়পি পৰিছিল আৰু অগ্নিকাণ্ডৰ বাতৰি পোৱাৰ লগে লগে স্থানীয় দোকানীসকল ঘটনাস্থলীলৈ আহি তেওঁলোকৰ সা-সম্পত্তিখিনি ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

অঞ্চলটোৰ স্থানীয় লোকসকলে জানিব দিয়া মতে এখন চাহৰ দোকানত চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হৈছিল। পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতা ততাতয়াকৈ আহি ঘটনাস্থলীত উপস্থিত হয়।

জুঁই নুমুৱাবৰ বাবে পাঠশালা, হাউলী, টিহুৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হৈ জুঁই নিয়ন্ত্ৰণলৈ আনে আৰু অধিক বিয়পি পৰাৰ পৰা অঞ্চলটোক ৰক্ষা কৰে।

অঞ্চলটোৰ স্থানীয় লোকে এই সংবাদদাতাৰ আগত অভিযোগ কৰে যে পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে অগ্নিনিৰ্বাপক গাড়ী সময়মতে আহি উপস্থিত হওঁতে পলম হয় আৰু জুঁই নিমিষতে বিয়পি পৰাত বহু লাখ টকাৰ সম্পত্তি ভষ্মীভূত হৈ পৰে।

স্থানীয় লোকসকলে পিছত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাক সৰ্বসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত পথৰ মেৰামতিৰ কাম কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm
বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd