• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত বিস্ফোৰণ : কেইবাজনো লোক আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2018 12:52 pm
c2d194c1-6c09-446c-a1bc-23a8c5e92a3a
549
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া প্ৰায় ১২ মান বজাত মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ সন্মুখত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা। এক প্ৰচণ্ড বিস্ফোৰণ শব্দত কপি উঠাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। বিস্ফোৰণত চিটী বাছৰ যাত্রীও আহত হৈছে।

বিস্ফোৰণৰ ফলত মহিলাসহ আহত চাৰিজন লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে। বিস্ফোৰণত আহত দুজন লোকক এম এম চি এইচ ভৰ্তি কৰা হৈছে।

পূজাৰ প্ৰাক্ ক্ষণত মহানগৰীত সংঘটিত এয়া কেনেধৰণৰ কূটাঘাতৰ ঘটনা সেয়া এতিয়াও পৰিস্কাৰ হোৱা নাই যদিও আৰক্ষী অনুসন্ধানত নামি পৰিছে। প্ৰাৰম্ভিকভাৱে আৰক্ষী উপ আয়ুক্ত ৰঞ্জন ভূঞাই  জানিবলৈ দিয়া মতে এয়া বোমা হয়নে আন কোনো বিস্ফোৰক সেয়া বোমা বিশেষজ্ঞৰ দল উপস্থিত হোৱাৰ পিছতহে ক’ব পাৰিব।

বিস্ফোৰণত আহত লোক কেইজন হৈছে শংকু কুমাৰ দাস, বিনীতা দাস, কল্পজ্যোতি তালুকদাৰ আৰু তাইফুদ্দিন আহমেদ।

শেহতীয়াভাৱে শুক্ৰেশ্বৰ ঘাটত সংঘটিত বোমা বিস্ফোণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ষড়যন্ত্ৰ কৰাসকলৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এই বিস্ফোৰণ ঘটোৱা বুলি প্ৰকাশ কৰিছে সংগঠনটোৱে।

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক ফোনযোগে এই কথা জনাইছে। মুখ্য সেনাধ্যক্ষগৰাকীয়ে আলফা স্বাধীনৰ এই সশস্ত্ৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও ব্যক্ত কৰে।

তেওঁ লগতে বিস্ফোৰণৰ ফলত আহত হোৱা থলগিৰি লোকৰ প্ৰতি দুখ প্ৰকাশ কৰি তেওঁলোকৰ আশু-আৰোগ্য কামনা কৰিছে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd