• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন-গৰিমাৰ বিৰুদ্ধে অশ্লীল পোষ্ট-কাণ্ড : লুইত কুমাৰ বৰ্মনক বদনামী কৰাৰ ষড়যন্ত্ৰত জুবিন ফেন ক্লাবৰ সদস্য; এজনক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2018 5:15 pm
JituMoni Gogoi

আৰক্ষীয়ে আটক কৰা চাও জিতুমণি গগৈ। ফটোৰ উৎস : ফেচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি ফেইচবুকত অতি অশ্লীল পোষ্ট দিয়া আৰু জুবিনক সন্মুখত পালেই হত্যাৰ ভাবুকি দিয়া ঘটনাটোৰ ৰহস্য প্ৰায় ভেদ হোৱাৰ পথত। সংগীত-চিনেমাৰ জগতখনৰ কৰ্মী লুইত কুমাৰ বৰ্মনক বদনামী কৰিবলৈকে যে উক্ত বিতৰ্কিত পোষ্টটো তেওঁ দিয়া বুলি প্ৰচাৰ কৰা হৈছিল সেইটো প্ৰায় স্পষ্ট হৈ পৰিছে।

আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত নিজকে জুবিনৰ ডাই হাৰ্ড ফেন বুলি চিনাকি দিয়া চাও জিতুমণি গগৈ নামৰ এজন যুৱকক হোজাইৰ পৰা আটক কৰি মহানগৰৰ পল্টন বজাৰ থানাত জেৰা চলাই আছে।

Apply Now

উল্লেখযোগ্য যে ৮ অক্তোবৰত সংগীত-চিনেমাৰ জগতখনৰ কৰ্মী লুইত কুমাৰ বৰ্মন নামৰ ব্যক্তিজনে ফেইচবুকত জুবিন আৰু গৰিমা গাৰ্গক লক্ষ্য কৰি অশ্লীল পোষ্ট দিয়া বুলি এটা স্ক্ৰীন শ্বট ৰাজহুৱা কৰিছিল চাও জিতুমণি গগৈ নামৰ এজন জুবিন অনুৰাগীয়ে। অতি অশ্লীল ভাষা ব্যৱহাৰ কৰা পোষ্টটোত জুবিনক অবৈধ সন্তান বুলি কোৱা হৈছিল আৰু লগতে জুবিন-গৰিমাৰ সন্তানহীনতাৰ বিষয়েও অতি অশ্লীল কথা কোৱা হৈছিল। ইয়াৰ উপৰি জুবিনক সন্মুখত পালেই হত্যা কৰা হ’ব বুলিও ভাবুকি দিছিল।

পোষ্টটোক লৈ তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে গৰিমা গাৰ্গে পিছদিনা দিচপুৰ থানাত এখন এজাহাৰ দিছিল। আনহাতে তেওঁৰ বিৰুদ্ধে এয়া এটা ষড়যন্ত্ৰ বুলি লুইত কুমাৰ বৰ্মনেও থানাত এজাহাৰ দিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে থানাত এজাহাৰ পৰাৰ পিছতে চাও জিতুমণি গগৈয়ে নিজৰ ৱালৰ পৰা এই পোষ্টটো নোহোৱা কৰিছিল। তেতিয়াই সন্দেহৰ সৃষ্টি কৰিছিল। জানিব পৰামতে, জিতুমণি গগৈৰ ঘৰ হোজাইত আৰু তেওঁ হোজাই জুবিন ফেন ক্লাবৰ নেতৃত্বত আছে।

আনহাতে, আজি নিজৰ ৱালত এটা পোষ্টত লুইত কুমাৰ বৰ্মনে কয়, “সকলো বন্ধু বান্ধৱীক মোৰ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ৷ বিপদৰ সময়ত লগত থাকা হে আচল বন্ধু৷ প্ৰথম দিনাৰ পৰাই যি কৈ আছিলোঁ সেইয়াই প্ৰমান হ’ল৷ মোৰ বন্ধু-বান্ধৱী অন্ধ নহয়,  মোৰ ভুলক ভুল বুলি কয় আৰু সচাক সচা৷ এনে বন্ধুহে আচল বন্ধু৷”

লগতে লুইত কুমাৰ বৰ্মনে আক্ষেপ কৰি কয়, “তিনি দিন ধৰি মোক মেডিয়াই ভিলেইনে বনাই দিলে৷ দুটা মান মেডিয়াই বাৰু মোক কথা কবলৈ সুবিধা দিছে৷”

আনহাতে আৰক্ষীয়ে আটক কৰাৰ পিছত জিতুমণি গগৈয়ে স্বীকাৰ কৰিছে যে তেওঁ সেই স্ক্ৰীনশ্বটটো জুবিন ফেন ক্লাবৰ ৱাটছএপ গ্ৰুপতহে পাইছিল, লুইত কুমাৰ বৰ্মনৰ ৱালত নহয়৷ এই কথাৰ পৰা অনুমান হয় যে লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে হোৱা এই চক্ৰান্তত কেৱল এজনেই নহয়, জুবিন ফেন ক্লাবৰ আৰু সদস্য জড়িত থাকিব পাৰে।

ফলত এয়া যে লুইত কুমাৰ বৰ্মনৰ প্ৰতি বিদ্বেষ পুহি ৰখা জুবিন ফেন ক্লাবৰ সদস্যৰে কাণ্ড, সেয়া অনুমেয় হৈ পৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd