• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ তাজ ভিভাণ্টাত ধৰ্মীয় বিদ্বেষৰ বলি হ’ল ৩জন যুৱক; বৰাকত প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2018 7:10 pm
taj-vivanta-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলমান সম্প্ৰদায়ৰ হোৱাৰ কাৰণতে গুৱাহাটী মহানগৰীস্থিত পঞ্চযুক্ত তাৰকা হোটেল তাজ ভিভাণ্টালৈ অহা তিনিজন যুৱক ধৰ্মীয় বিদ্বেষৰ বলি হোৱাৰ লগতে সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকাৰ সন্দেহত নিৰ্যাতনৰ সন্মুখীন হ’ব লগা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য বৰাকৰ বদৰপুৰৰ পৰা অহা ইমৰান হুছেইন, জাহিদ ইছলাম বৰভূঞা আৰু চাহাবুদ্দিন নামৰ যুৱক তিনিজনে দেওবাৰে তাজ ভিভাণ্টাত আশ্ৰয় লোৱাৰ উদ্দেশ্যে হোটেলখনৰ এটা কোঠা বুক কৰিছিল। পিছত তেওঁলোকে ৩জন হোৱা হেতুকে অতিৰিক্ত ২,০০০ টকাৰ বাবদ হোটেল কৰ্তৃপক্ষক এখন অতিৰিক্ত বিছনাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল।

Apply Now

কেইবাঘণ্টা পাৰ হৈ যোৱাৰ পিছতো হোটেল কৰ্তৃপক্ষই তেওঁলোকক অতিৰিক্ত বিছনাৰ ব্যৱস্থা নকৰাত যুৱক ৩জনে হোটেলখনৰ ছুইমিং পুলৰ ফালে ওলাই যায় কিন্তু ছুইমিং পুলত নামিব বিচৰাত কৰ্তৃপক্ষই তেওঁলোকক বাধা দিয়ে। ইয়াকে লৈ দুয়োপক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়।

পৰৱৰ্তি সময়ত যুৱক কেইগৰাকীয়ে হোটেলত অনুষ্ঠিত মুখ্য মন্ত্ৰী সোণোৱালৰ এক অনুষ্ঠানৰ বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকৰ এটা দলক এই কথা অৱগত কৰাত হোটেল কৰ্তৃপক্ষ খৰ্গগ্ৰস্ত হৈ ৩ গৰাকীকে জোৰ কৰি তেওঁলোকৰ কোঠালৈ নি বাহিৰৰ পৰা দুৱাৰৰ হুক লগাই আবদ্ধ কৰি আৰক্ষীৰ হতোৱাই তেওঁলোকৰ উপৰত জেৰা চলায়।

পিছত আনকি চোৰাংচোৱাকো বিষয়টো অৱগত কৰি তেওঁলোকৰ ওপৰত অধিক জেৰা চলোৱা হয়। জানিব পৰা মতে চোৰাংচোৱা বিভাগে তেওঁলোকৰ ফে’চবুক আৰু হোৱাটছএপ একাউণ্টো পৰীক্ষা কৰে। অৱশ্যে চোৰাংচোৱাৰ দলে তেওঁলোকৰ বিৰুদ্ধে কোনো আপত্তিজনক তথ্য লাভ নকৰাত তেওঁলোকক তদন্তত সহযোগ কৰাৰ বাবে ধন্যবাদ জনাই তাৰ পৰা বিদায় লয়।

কিন্তু ইয়াতে ক্ষান্ত নাথাকি ইয়াৰ পিছতো হোটেল কৰ্তৃপক্ষই মাজনিশা যুৱককেইগৰাকীক হোটেল এৰিবলৈ বাধ্য কৰায়। যাৰ ফলত তাজ ভিভাণ্টাৰ পৰা ওলাই আহি মাজৰাতি তেওঁলোকে অন্য হোটেলত নিশাটো পাৰ কৰিবলৈ বাধ্য হয়।

ইতিমধ্যে ছচিয়েল মেডিয়াৰ যোগে ঘটনাটো প্ৰচাৰ হৈ যোৱাৰ ফলত সমগ্ৰ বৰাক উপত্যকাতে ই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য ৩ গৰাকী যুৱকৰ মাজৰ ইমৰান হুছেইন সেনাৰ মেডিকেল ক’ৰ্পছৰ বিষয়া বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd