• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওৰ হাফলঙত উপায়ুক্ত অমিতাভ ৰাজখোৱাই উন্মোচন কৰিলে আলোচনী ‘মৈত্ৰী’

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
October 16, 2018 7:58 am
IMG-20181015-WA0062

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্গা পূজাৰ সৈতে সংগতি ৰাখি হাফলঙত পোন প্ৰথমবাৰৰ বাবে ডিমা হাচাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত প্ৰস্তুত কৰি উলিওৱা ‘মৈত্ৰী’ নামৰ আলোচনীখন সোমবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

হাফলং জগন্নাথ বাড়ি চৌহদত আয়োজন কৰা অনুষ্ঠানত আলোচনীৰ উন্মোচন কৰে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ লগতে আন আন বিশিষ্ট অতিথিক্ৰমে স্বায়ত্ত শাসিত পৰিষদৰ সদস্য অজয় চক্ৰবৰ্ত্তী, হিমবাহাদুৰ ছেত্ৰী, আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, বিশিষ্ট সমাজকৰ্মী বহিমচন্দ্ৰ লাঙঠাচা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পূৰবি ফংল’, নিখিল ভাৰত বঙ্গ সাহিত্য সম্মিলনৰ সভাপতি বিশ্বেশ্বৰ চক্ৰবৰ্ত্তী, সংস্কৃতি পৰিষদৰ সভাপতি মুকুল দেৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Apply Now

অনুষ্ঠানৰ আৰম্ভণিতে অতিথি সকলক আদৰণি জনোৱাৰ পাছত ‘মৈত্ৰী’ৰ আভৰণ উন্মোচন কৰা হয়। সংস্কৃতি পৰিষদৰ সাধাৰণ সম্পাদক তথা সাংবাদিক পংকজকুমাৰ দেবে আলোচনীখন প্ৰকাশৰ আঁৰৰ বিষয়ে উল্লেখ কৰি কয় যে পাহাৰীয়া ডিমা হাচাও জিলা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰম্যভূমি। লগতে সংস্কৃতিৰ এক ভঁৰাল। তথাপি জনগোষ্ঠীয় সংস্কৃতি আৰু সাহিত্যৰ যোগেদি  ভাতৃত্বৰ বন্ধন আৰু অধিক সুদৃঢ় কৰাৰ কাৰণেই মৈত্ৰী আলোচনীখন প্ৰকাশ কৰা হৈছে।

ইফালে জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই সাহিত্য পৰিষদৰ এই পদক্ষেপৰ প্ৰশংসা কৰি কয় যে মৈত্ৰীৰ শাৰদ সংখ্যা উঠি অহা প্ৰজন্মৰ মাজত লেখা মেলাত গুৰুত্বপূৰ্ণ অৰিহনা যোগাব বুলি উল্লেখ কৰে।

ইয়াৰ উপৰি আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, বিশিষ্ট নাগৰিক তথা বুদ্ধিজীৱী বহিমচন্দ্ৰ লাঙঠাচা, জনসংযোগ বিষয়া পূৰবি ফং’ল আদিয়েও ভাষণৰ জৰিয়তে সাহিত্য পৰিষদৰ এই যোগাত্মক পদক্ষেপক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে ষাঠি পৃষ্ঠাৰ আলোচনীখনত ডিমা হাচাওৰ বাহিৰে কলিকতা, গুৱাহাটী, শিলচৰ আৰু কৰিমগঞ্জৰ কবি-লেখক সকলৰ লেখাও প্ৰকাশ পায়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd