• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ বালাপেটত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ সামৰণি

ইয়াছিন আলী by ইয়াছিন আলী
October 16, 2018 12:13 pm
animal health camp

ফটো : নৰ্থ-ইষ্ট নাও

244
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ সমিপৱৰ্তী বৰপেটা জিলাৰ চকচকা ৰাজহ চক্ৰৰ অন্তৰ্গত বালাপেট গাঁৱৰ শংকৰ মন্দিৰ প্ৰাংগণত আজি এক বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

জানিব পৰা মতে স্বচ্ছ আৰু সেউজ গাঁও বালাপেট উন্নয়ন সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা পশুপালন ও পশু চিকিৎসা বিষয়া ডাঃ মনোৰঞ্জন দাসৰ লগতে সৰভোগ পশু চিকিৎসালয়ৰ বিষয়া ডাঃ ৰাজীৱ ৰায় চৌধুৰীৰ তত্বাৱধানত এই পশু চিকিৎসা শিবিৰটো অনুষ্ঠিত হয় ।

এই শিবিৰত বালাপেট গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ গৰু-ছাগলীৰ লগতে অন্যান্য পোহনীয়া পশুক বিনামূলীয়াকৈ প্ৰতিষেধক চিটা প্ৰদান কৰা হয়। লগতে এই গাঁও খনত নতুনকৈ এখন পশু চিকিৎসালয় স্থাপন কৰাৰ উদ্দেশ্যে গাঁৱখনৰ পশ্চিম দিশত থকা গো – ৰিজাৰ্ভৰ মাটি পৰিদৰ্শন কৰে জিলা পশুপালন ও পশু চিকিৎসা বিষয়া ডাঃ মনোৰঞ্জন দাসে।

বৰপেটা জিলাৰ পশ্চিম সীমান্তত থকা এই গাঁওখনত এখন পশু চিকিৎসালয় স্থাপনৰ খবৰ পোৱাৰ পিছৰে পৰা উৎফুল্লিত হৈ পৰিছে বালাপেট বাসী ৰাইজ।

উল্লেখ্য যে যোৱা ২৪ ছেপ্তেম্বৰ ২০১৮ ইং তাৰিখে অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা বালাপেট গাঁৱখন স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই গছপুলি ৰোপন, গাঁৱৰ প্ৰতি ঘৰে ঘৰে গৈ খোৱা পানী পৰীক্ষণ, বিনামূলীয়া পশু চিকিৎসা শিবিৰ আদি  চৰকাৰী ভাৱে অনুষ্ঠিত কৰি থকাৰ লগতে গাঁও খনত এখন পশু চিকিৎসালয় স্থাপনৰ ব্যৱস্থা হাতত লোৱা বাবে অসম চৰকাৰ তথা জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে স্থানীয় ৰাইজে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd