• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱজাতকৰ ৰহস্যজনক নিখোজকলৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্য

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
October 16, 2018 11:37 pm
Barpeta Medical College
205
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি ৰহস্যজনকভাৱে এটি নৱজাতক নিখোজ হোৱাৰ ঘটনাই নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৱশ্যে নৱজাতকটিৰ অভিভাৱকৰ তৎপৰতাত পিছত নৱজাতকটি উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে। উক্ত ঘটনাকলৈ বৰপেটাৰ সচেতন ৰাইজৰ মাজত স্বাভাবিকতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য মতে হাউলীৰ দলিপাৰাৰ অতি দৰিদ্ৰ মোজ্জাম্মেল হক আৰু নাজেমা খাতুনৰ ২১ দিনীয়া সন্তানটো নিউমোনিয়া ৰোগত আক্ৰান্ত হোৱাৰ বাবে এসপ্তাহ পূৰ্বে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ‘স্পেচিয়েল নিউ বোৰ্ণ কেয়াৰ ইউনিট’ত ভৰ্তি কৰোৱা হৈছিল।

নৱজাতকটিৰ অভিভাৱকে আজি দিনৰ প্ৰায় ১২ বজাত তেওঁলোকৰ সন্তান নিখোজ হোৱা বুলি গম পাই হুৱা দুৱা লগায়। নৰ্থ-ইষ্ট নাওৰ এই প্ৰতিবেদকক অভিভাৱকে জনায় যে আজি দিনৰ ভাগত ‘স্পেচিয়েল নিউ বোৰ্ণ কেয়াৰ য়ুনিট’ত নৱজাতকটিৰ খবৰ ল’ব যোৱাত তত্বাবধায়কে নৱজাতকটিক এগৰাকী বৃদ্ধাই লৈ যোৱা বুলি জনায়।

কিন্তু অভিভাৱকে নৱজাতকটি নিয়া নাই বুলি তত্বাবধায়কক জনোৱাৰ লগতে নিজৰ সন্তানটো ক’ত আছে আৰু কোন অচিনাকি লোকক দিলে সেইলৈ তত্বাবধায়কক বিভিন্ন প্ৰশ্ন কৰে। এই বিষয়লৈ বাক-বিতণ্ডা চলি থকাৰ মাজতে তত্বাবধায়ক গৰাকীয়ে বিয়লি ৩:৩০ বজাত নৱজাতকটিক লাভ কৰা বুলি অভিভাৱকক জনায়।

এতিয়া কথা হৈছে ইমান সময় ধৰি নৱজাতকটি ক’ত নিখোজ হৈ আছিল? কাৰণ পৰ্যাপ্ত চিকিৎসা কৰ্মী আৰু নিৰাপত্তাৰক্ষী থকাৰ পিছতো এগৰাকী নৱজাতক কিদৰে নিখোজ হয় অথবা অচিনাকি লোকৰ হাতত কিদৰে চিকিৎসা কৰ্মীয়ে নৱজাতকক অৰ্পণ কৰিব পাৰে তাক লৈ সচেতন মহলৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd