• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূজাৰ বতৰতে সুখবৰ!! নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ ফাইলত চহী কৰিলে কেন্দ্ৰীয় সাৰ মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2018 7:53 am
Namrup Fertilizer_2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূজাৰ বতৰতে সুখবৰ কঢ়িয়াই অসমৰ এটা অন্যতম উদ্যোগ তথা দেশৰ ভিতৰতে প্ৰথমটো গেছভিত্তিক সাৰ কাৰখানা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ ফাইলত চহী কৰিছে কেন্দ্ৰীয় সাৰ মন্ত্ৰীয়ে।

সাৰ কাৰখানাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক এছ ডি সিঙক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা বহু প্ৰত্যাশিত এই খবৰটো দিয়া হৈছে।

এতিয়া কেবিনেটে সিদ্ধান্ত দিলেই সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো নিৰ্মাণৰ বাবে পুঁজি বিনিয়োগৰ বিষয়টো আগ বাঢ়িব।

এই সুখবৰটোৱে সাৰ কাৰখানাটোত কৰ্মৰত শ্ৰমিকসকলৰ মনলৈও স্বাভাৱিকতেই আনন্দৰ জোৱাৰ আনিছে। মঙলবাৰে এই সন্দৰ্ভত সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এখন সভা অনুষ্ঠিত হয়।

উক্ত সভাত ফাৰ্টিলাইজাৰ শ্ৰমিক য়ুনিয়নৰ সাধাৰণ সম্পাদক তিলেশ্বৰ বড়া আৰু ফাৰ্টিলাইজাৰ ৱৰ্কাৰ্ছ য়ুনিয়নৰ সাধাৰণ সম্পাদক মুগ্ধপ্ৰাণ মহন্তই বক্তব্য দাঙি ধৰে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ ভেলি ফাৰ্টিলাইজাৰ ক’ৰ্পৰেইশ্যন লিমিটেডৰ (Brahmaputra Valley Fertilizer Corporation Limited (BVFCL)) অধীনত থকা নামৰূপ সাৰ কাৰখানাটোৰ তিনিটা গোট আছিল যদিও বৰ্তমান ইয়াৰ দুটা গোটহে (নামৰূপ-২ (স্থাপিত ১৯৭৬) আৰু নামৰূপ-৩(স্থাপিত ১৯৮৭)) উৎপাদনক্ষম হৈ আছে। এই কেইটাৰো উৎপাদন সন্তোষজনক নহয়। আনহাতে ১৯৬৯ চনতে স্থাপন কৰা দেশৰ ভিতৰতে প্ৰথমটো গেছভিত্তিক সাৰ উৎপাদন গোট (নামৰূপ-১) ১৯৮৬ চনৰ পৰাই বন্ধ হৈ আছে।

ফলত অত্যাধুনিক প্ৰযুক্তিৰ সৈতে চতুৰ্থটো স্থাপনৰ বাবে দীৰ্ঘদিন ধৰি দাবী তুলি আহিছে অসমৰ দল-সংগঠনে। পূৰ্বৰ মনমোহন চৰকাৰকো আছুকে ধৰি অসমৰ দল-সংগঠনে এই সন্দৰ্ভত স্মাৰকপত্ৰ দি আহিছিল। আনহাতে নামৰূপ সাৰ কাৰখানা শ্ৰমিক য়ুনিয়নেও দীৰ্ঘদিনৰ পৰা এই দাবী তুলি আহিছিল।

মন কৰিব লগীয়া যে বিগত লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোদীৰ এইটো আছিল অন্যতম প্ৰতিশ্ৰুতি। অসমৰ ৰাইজক মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ দল যদি শাসনলৈ আহে তেন্তে নামৰূপ-৪ গোট স্থাপনেই হ’ব তেওঁৰ প্ৰথম কাম। তেওঁ লগতে প্ৰথম ১০০ দিনৰ ভিতৰতে এই কাম কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd