• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কামেঙত হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ : কাণে কাণ মাৰি ৰক্ষা পৰিল কিৰেন ৰিজেজু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2018 1:56 pm
kiren-rijiju-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজেজুক কঢ়িয়াই নিয়া হেলিকক্টাৰৰখন পশ্চিম কামেং জিলাৰ ভালুকপুং আৰু তিপ্পিৰ মাজত  জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয়।

বেয়া বতৰৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয় বুলি জানিব পৰা গৈছে।

Apply Now

ঘটনাটো সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছত গৃহ মন্ত্ৰীগৰাকীয়ে নিজেই সেই কথাখিনি টুইটাহৰৰ যোগে প্ৰকাশ কৰিছে।

অৱশ্যে ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় লগে লগেই জিলা প্ৰশাসনৰ লোক ভালুকপুং আৰু তিপ্পিৰ মাজত হেলিকপ্টাৰখন অৱতৰণ কৰোৱা নাগ মন্দিৰ দলঙৰ ওচৰত উপস্থিত হয়গৈ।

kiren-rijiju-750x375

 

 

 

 

DpropODXoAAJp1H

 

 

 

 

 

দুৰ্যোগ সংঘটিত হোৱা এলেকাটোত তেওঁলৈ বাহন আৰু আন আন প্ৰয়োজনীয় সহায়তা আগবঢ়োৱাৰ বাবে নিজৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টৰ পৰা ৰিজেজুৱে তেওঁৰ পুৰণি বন্ধু আৰু শুভাকাংক্ষীসকলৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে পশ্চিম কামেঙত অনুষ্ঠিত এটা স্থানীয় উৎসৱত যোগদান কৰাৰ বাবে গৈ আছিল।

উল্লেখ্য যে কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীগৰাকীক কঢ়িয়াই নিয়া হেলিকপ্টাৰ বহু বাৰ বেয়া বতৰৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হৈছিল।

ইয়াৰ পূৰ্বেও যোৱা বছৰ আৰু ২০১৬ চনত ৰিজেজুক কঢ়িয়াই নি.আ হেলিকপ্টাৰ বেয়া বতৰৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হৈছিল।

বিগত বৰ্ষৰ ৪ জুলাইত কেন্দ্ৰীয় ৰাজ্যিক গংহ মন্ত্ৰীগৰাকীক কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ এখন এমআই-১৭ হেলিকপ্টাৰ ইটানগৰৰ পলিটেকনিক মহাবিদ্যালয়ৰ এখন ক্ষুদ্ৰ খেল-পথাৰত জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হৈছিল।

২০১৬ৰ ২৩ এপ্ৰিলতো অৰুণাচলৰ পৰা ৰিজেজুক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন বেয়া বতৰৰ বাবে টাৱাঙত জৰুৰীভাৱে ্ৱতৰণ কৰাবলগীয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd