• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামেঙত হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ : কাণে কাণ মাৰি ৰক্ষা পৰিল কিৰেন ৰিজেজু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2018 1:56 pm
kiren-rijiju-750x375
251
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজেজুক কঢ়িয়াই নিয়া হেলিকক্টাৰৰখন পশ্চিম কামেং জিলাৰ ভালুকপুং আৰু তিপ্পিৰ মাজত  জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয়।

বেয়া বতৰৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয় বুলি জানিব পৰা গৈছে।

ঘটনাটো সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছত গৃহ মন্ত্ৰীগৰাকীয়ে নিজেই সেই কথাখিনি টুইটাহৰৰ যোগে প্ৰকাশ কৰিছে।

অৱশ্যে ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় লগে লগেই জিলা প্ৰশাসনৰ লোক ভালুকপুং আৰু তিপ্পিৰ মাজত হেলিকপ্টাৰখন অৱতৰণ কৰোৱা নাগ মন্দিৰ দলঙৰ ওচৰত উপস্থিত হয়গৈ।

kiren-rijiju-750x375

 

 

 

 

DpropODXoAAJp1H

 

 

 

 

 

দুৰ্যোগ সংঘটিত হোৱা এলেকাটোত তেওঁলৈ বাহন আৰু আন আন প্ৰয়োজনীয় সহায়তা আগবঢ়োৱাৰ বাবে নিজৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টৰ পৰা ৰিজেজুৱে তেওঁৰ পুৰণি বন্ধু আৰু শুভাকাংক্ষীসকলৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে পশ্চিম কামেঙত অনুষ্ঠিত এটা স্থানীয় উৎসৱত যোগদান কৰাৰ বাবে গৈ আছিল।

উল্লেখ্য যে কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীগৰাকীক কঢ়িয়াই নিয়া হেলিকপ্টাৰ বহু বাৰ বেয়া বতৰৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হৈছিল।

ইয়াৰ পূৰ্বেও যোৱা বছৰ আৰু ২০১৬ চনত ৰিজেজুক কঢ়িয়াই নি.আ হেলিকপ্টাৰ বেয়া বতৰৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হৈছিল।

বিগত বৰ্ষৰ ৪ জুলাইত কেন্দ্ৰীয় ৰাজ্যিক গংহ মন্ত্ৰীগৰাকীক কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ এখন এমআই-১৭ হেলিকপ্টাৰ ইটানগৰৰ পলিটেকনিক মহাবিদ্যালয়ৰ এখন ক্ষুদ্ৰ খেল-পথাৰত জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হৈছিল।

২০১৬ৰ ২৩ এপ্ৰিলতো অৰুণাচলৰ পৰা ৰিজেজুক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন বেয়া বতৰৰ বাবে টাৱাঙত জৰুৰীভাৱে ্ৱতৰণ কৰাবলগীয়া হৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd