• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰা চিণ্ডিকেট নচলে, স্পষ্টীকৰণ ৰাজ্যিক বিজেপি মুখপাত্ৰ ৰূপম গোস্বামীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 17, 2018 7:47 pm
rupam goswami

ৰূপম গোস্বামী। ছবি- টুইটাৰৰ পৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসনলৈ আহিয়ে ঘোষণা কৰা সংকল্পৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্য্যালয়ৰ পৰাই চিণ্ডিকে’ট চলি থকা বুলি কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কৰা অভিযোগ অস্বীকাৰ কৰিছে ৰাজ্যিক বিজেপি মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

“বিৰোধী দলপতিয়ে কোৱাৰ দৰে কোনো ধৰণৰ চিণ্ডিকে’ট ৰাজ্যত চলি থকা নাই। যদি তেওঁৰ হাতত তথ্য আছে তেতিয়াহ’লে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত জমা কৰক। নাইবা বিভিন্ন প্ৰক্ৰিয়া আছে যাৰ জৰিয়তে লিখিতভাৱে অভিযোগ উত্থাপন কৰক,’’ শইকীয়াৰ অভিযোগৰ প্ৰত্যুত্তৰত বুধবাৰে এই মন্তব্য গোস্বামীৰ।

Apply Now

কংগ্ৰেছৰ কোনো এজেণ্ডা নাই বাবেহে এনে কথা কৈছে বুলিও মন্তব্য কৰি বিজেপি নেতাজনে লগতে কয় যে (চিন্দিকে’টৰ সৈতে) কোনো বিজেপি নেতা বা কৰ্মকৰ্তা জড়িত থাকিলে তেওঁৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা ল’ব।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ আমোলত চিন্দিকে’ট বৃদ্ধি পোৱা আৰু আনকি মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰাই এই কাম চলি থকা বুলি মঙলবাৰে গুৱাহাটীত এক সংবাদমেলযোগে অভিযোগ উত্থাপন কৰিছিল বিৰোধী দলপতি শইকীয়াই।

“কেৱল কয়লা, পাণ, মাছ, কণীয়েই নহয় চাকৰিৰ পদোন্নতি আৰু বদলিৰ ক্ষেত্ৰতো বৰ্তমান চিণ্ডিকে’ট চলি আছে। বিষয়টো বিভিন্ন মাধ্যমত চৰ্চিত হৈ আছে,’’ গুৱাহাটীত সংবাদমেলত এয়া আছিল দেৱব্ৰত শইকীয়াৰ মন্তব্য।

সমগ্ৰ কাণ্ডটোত বিজেপিৰ মন্ত্ৰী-বিধায়ক-যুৱ নেতা জড়িত থকাৰ অভিযোগ তুলি ইয়াৰ চিবিআই তদন্ত দাবীৰে বিধানসভাত আলোচনা হোৱাৰ কথাও সদৰী কৰিছিল বিৰোধী দলপতিগৰাকীয়ে।

চিবিআই তদন্ত দাবী কৰা সত্বেও চৰকাৰে চিআইদি-কহে এই তদন্ত গতোৱাৰ কথাও সদৰী কৰিছিল শইকীয়াই।

“মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ একাংশ যুৱ নেতা আৰু মন্ত্ৰী-বিধায়কে এই চিণ্ডিকেট চলায়। আমি চিবিআই তদন্ত বিচাৰিছিলো, কিন্তু চৰকাৰে চিআইডি-ক হে তদন্তৰ ভাৰ দিয়ে,” মন্তব্য শইকীয়াৰ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd