• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইৰ নিউ মাৰ্কেটত পূজা দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে বজৰং দলৰ সেৱাকেন্দ্ৰ মুকলি

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
October 17, 2018 8:36 pm
IMG-20181017-WA0042
249
VIEWS
Share on FacebookShare on Twitter

দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনাৰ মাজতে বজৰং দলৰ হোজাই গোটে হোজাইৰ নিউ মাৰ্কেটত দলটোৰ এটা সেৱা কেন্দ্ৰ মুকলি কৰিছে।

বুধবাৰে পুৱা প্ৰায় ১১-০০ মান বজাত এই সেৱাকেন্দ্ৰটো মুকলি কৰা হয়। এই সেৱাকেন্দ্ৰটোত অষ্টমী, নৱমী আৰু দশমীৰ দিনা খোৱাপানী আৰু প্ৰাথমিক চিকিৎসা সহায়তা উপলব্ধ হ’ব।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত বিশ্ব হিন্দু পৰিষদৰ হোজাই জিলা গোটৰ সভাপতি ৰতন ৰয় আৰু সম্পাদক অশোক কেজৰীৱাল, বজৰং দলৰ সহ সংযোজক দীনেশ ডুবে, নগৰ সংযোজক সুমিক দাসে কৈছে যে তেওঁলোকৰ উদ্দেশ্য হৈছে সমাজলৈ সেৱা আগবঢ়োৱা।

তেওঁলোকে কৈছে যে পূজাৰ সময়চোৱাত খোৱা পানীৰ লগতে প্ৰাথমিক চিকিৎসা সহায়তা লাভ কৰিব।

তেওঁলোকে আৰু কৈছে যে এই সেৱা শান্তিপূৰ্ণ ভাৱে প্ৰদান কৰাৰ বাবে ১০০তকৈও অধিক স্বেচ্ছাসেৱকক দায়িত্ব প্ৰদান কৰা হৈছে।

তেওঁলোকে আৰু জনাইছে যে বুধবাৰে আবেলি হোজাইৰ নিউ মাৰ্কেটৰ চহিদ বেদীৰ ওচৰে-পাঁজৰে এটা স্বচ্ছতা অভিযান চলোৱা হৈছিল।

Recent News

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

‘অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, এয়া মাত্ৰ আৰম্ভণিহে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

ৰাছিয়াৰ স্থলসেনাৰ মুৰব্বীক বৰ্খাস্ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd