• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যান্ত্ৰিকতাৰ মহানগৰীত কাতি বিহু! ‘অসমৰ শিপা’ই বিলালে তুলসী পুলি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 18, 2018 2:17 pm
Tulsi Puli
928
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ যান্ত্ৰিকতা তথা ব্যস্ততাৰ মাজত ক্ৰমশঃ হেৰাই যাব খোজা অসমীয়াৰ বাপতিসাহোন কঙালী বিহুটোক নতুন প্ৰজন্মৰ মাজত পুনৰ উজ্জীৱিত কৰাৰ মানসেৰে এইবাৰ ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে প্ৰবাসী কেইগৰাকীমান অসমীয়াই।

এই প্ৰচেষ্টাৰে অংশ হিচাপে কাতি বিহুৰ দিনাই আমেৰিকাস্থিত বৈয়িং অভিযন্তা ড০ আৰতি বৰবৰুৱা আৰু কানাডাস্থিত কেলগেৰীৰ অভিযন্তা অভিশ্ৰুতি দত্তই ‘অসমৰ শিপা নামৰ এক প্লেটফ্ৰমৰ উদ্যোগত জু-ৰোড তিনিআলিস্থিত শংকৰদেৱ কৃষ্টি সংঘ নামঘৰৰ সহযোগত এই তুলসী পুলি বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

আজি পুৱা ১০ বজাৰ পৰা এই উপলক্ষে ‘অসমৰ শিপাই’ জু-ৰোড তিনিআলিৰ স্থানীয় ৰাইজৰ মাজত  ২০০ তুলসী পুলি বিতৰণ কৰে।

সেনাৰ প্ৰাক্তন চিকিৎসক কৰ্ণেল ডাঃ পুলিন চন্দ্ৰ বৰুৱাই এই তুলসী বিতৰণ কাৰ্য্যসূচী শুভাৰম্ভণি কৰে।

তুলসী পুলি বিতৰণ কাৰ্য্যসূচী শুভাৰম্ভ কৰি ‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ-ধেনু ধৰে’ শীৰ্ষক পৌৰানিক আখ্যান বাখ্যা কৰাৰ লগতে তুলসীৰ বনৌষধি  গুণাগুণ সম্পৰ্কে কিছু কথা কয়।

তেওঁ লগতে কয়, ‘তুলসী পুলিয়ে প্ৰদুষণ মুক্ত কৰে। তুলসী পুলি এটা য’ত থাকে তাৰ পৰা ১০০ মিটাৰ দুৰত্বৰ সকলো প্ৰদুষণ দূৰ কৰি অক্সিজেন বিয়পোৱাত সহায় কৰে।‘

উক্ত অনুষ্ঠানত নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যোগেশ্বৰ বৰা, মুকুটলোচন কলিতাও উপস্থিত থাকে।

Recent News

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd