• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ দুৰ্ঘটনা : এম্বুলেঞ্চত মৃতদেহ লৈ কাকপথাৰৰ চেলেংগুৰিত ঘাইপথ অৱৰোধ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 20, 2018 7:28 pm
Kakopathar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। কাকপথাৰৰ চেলেংগুৰিত এটা মৃতদেহ লৈ একাংশ ৰাইজে ঘাইপথটো অৱৰোধ কৰি ৰাখে।

উল্লেখযোগ্য যে কালি অৰ্থাৎ শুকুৰবাৰে বিয়লি চেলেংগুৰিত দুখন বাইকৰ মুখামুখি সংঘৰ্ষত কাকপথাৰ থানা অন্তৰ্গত ন-মেছাই গাঁৱৰ মজিত মৰাণ (৪০) নামৰ এজন বাইক আৰোহীৰ মৃত্যু হৈছিল।

নিহত মৰাণৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ঘৰলৈ আনি থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হোৱা স্থানতেই এম্বুলেঞ্চখন ৰখাই আজি বিয়লি ৩ মান বজাৰ পৰা পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কৰে।

ৰাইজৰ ক্ষোভ কালি দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাৰম্বাৰ আৰক্ষীক খৱৰ দিয়াৰ পিছতো এঘণ্টা পৰ্যন্ত আৰক্ষী ঘটনাস্থলীলৈ অহা নাছিল। তদুপৰি দুৰ্ঘটনাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো তদন্ত হাতত নোলোৱাত ৰাইজ পুনৰ ক্ষোভিতহৈ পৰে, যাৰ ফলত আজি মৃতদেহ লৈ পথ অৱৰোধ কৰিবলৈ বাধ্য হয় বুলি প্ৰকাশ কৰিছে প্ৰতিবাদী লোকসকলে।

প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা অনুসৰি কাকপথাৰ আৰক্ষীয়ে দায়িত্বত অৱহেলা কৰাৰ বাবেই কালি দুৰ্ঘটনা সংঘটিত কৰা আনখন বাইকসহ চালকজনে তাৰ পলাই যাবলৈ সক্ষম হয়।

আনহাতে, পথ অৱৰোধৰ ফলত অসম আৰু অৰুণাচলৰ শতাধিক গাড়ীৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ কনভয় আৱদ্ধ হৈ পৰাত ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশসহ তিনিচুকীয়া জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজলৈ ৰাইজক অৱৰোধ উঠাই ল’বলৈ অনুৰোধ কৰে। উক্ত সময়তে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ ঘটনা স্থলিত উপস্থিত হোৱাত প্ৰশাসনে তেওঁক ৰাজহুৱা ভাবে বক্তব্য ৰাখিবলৈ অনুৰোধ জনাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷

প্ৰতিবাদী লোকসকলে, ‘কাকপথাৰৰ আৰক্ষী বিষয়াক বদলি কৰক’, ‘মৃতকক উচিত ক্ষতি পুৰণ দিয়ক’, ‘পলাতক বাইক আৰোহীক কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক’ আদি দাবী উত্থাপন কৰে। পিছত দণ্ডাধীশ গৰাকীয়ে দাবী সমূহৰ প্ৰতি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত ৰাইজে অৱৰোধ সাময়িক ভাৱে প্ৰত্যাহাৰ কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd