• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনক ‘তথাকথিত’ আখ্যা; অসম বন্ধৰ বিৰোধিতা অসম বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2018 6:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত অসম বিজেপিয়ে ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আহ্বান জনোৱা অহা ২৩ অক্টোবৰৰ অসম বন্ধৰ বিৰোধিতা কৰিছে। লগতে বন্ধৰ আহ্বান জনোৱা ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনক তথাকথিত সংগঠন আখ্যা দিছে।

প্ৰেছ টোকাটোত ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাই জনাইছে যে ২৩ অক্টোবৰত আহ্বান দিয়া বন্ধ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত, ৰাজ্য আৰু ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী।

Apply Now

কেৱল সেয়াই নহয়, বন্ধৰ আহ্বান দিয়া ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনক তথাকথিত সংগঠন বুলি আখ্যা দি বিবৃতিটোত কয়, “ৰাজ্যৰ তথাকথিত কেইবাটাও সংগঠনে আহ্বান জনোৱা এই বন্ধই প্ৰকৃত বাস্তৱক আন্ধাৰত ৰাখি অসমৰ ৰাজনৈতিক অধিকাৰৰ লগতে বৃহত্তৰ অসমীয়া সমাজৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা বাংলাদেশীৰ ৰক্ষকসকলৰ হাততহে অসম গতোৱাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।”

টোকাটোত ‘বৃহত্তৰ অসমীয়া সমাজ’ আৰু ‘বাংলাদেশীৰ ৰক্ষক’ অংশকেইটা গুৰুত্বপূৰ্ণ।

মন কৰিব লগীয়া যে কেন্দ্ৰত থকা বিজেপি চৰকাৰে (হিন্দু) বাংলাদেশীক সংস্থাপন দিবলৈ ব্যৱস্থা কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিয়েই অহা ২৩ অক্টোবৰত ‘বৃহত্তৰ অসমীয়া সমাজ’ৰ বিভিন্ন অংশক প্ৰতিনিধিত্ব কৰা বিভিন্নটা (মুঠ ৪৬টা) সংগঠনে এই অসম বন্ধৰ আহ্বান জনাইছে।

বিবৃতিটোত এনেকুৱা ষড়যন্ত্ৰ বিৰুদ্ধে ‘বৃহত্তৰ অসমীয়া সমাজ’খনক মাৰ বান্ধি থিয় হ’বলৈ আহ্বান জনোৱা হৈছে। অন্যথা বাংলাদেশী মূলৰ মুচলমানৰ হাতলৈ শাসনৰ বাঘজৰী যাবলৈ বেছিপৰ নালাগিব। এইদৰে কোৱা হয় টোকাটোত।

আনহাতে অতি তাৎপৰ্য্যপূৰ্ণভাৱে ‘ভাৰতবৰ্ষত কোনো হিন্দু কেতিয়াও বিদেশী হ’ব নোৱাৰে।‘ বুলিও টোকাটোত কোৱা হয়।

“কিন্তু বাংলাদেশৰ পৰা অহা হিন্দুকে ধৰি অন্যান্য ধৰ্মীয় সংখ্যালঘুসকলক কেৱল অসমতেই সংস্থাপিত কৰিব অথবা ইত্যাদি মনেসজা আৰু বাস্তৱ বহিৰ্ভূত, তথ্য আৰু ভিত্তিহীন বিষয় অসমত বিয়পাই দি ৰাইজক বিভ্ৰান্ত কৰা কাৰ্য্যক ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশে দুৰ্ঘোৰ বিৰোধিতা কৰিছে।” এইদৰে কোৱা হয় টোকাটোত।

এই কাৰণতে দলটোৱে অহা ২৩ অক্টোবৰত ৰাজ্যৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিবলৈ আৰু ইয়াৰ প্ৰতি সঁহাৰি নজনাবলৈ অসমৰ সকলো ৰাইজ, ‘দল-সংগঠন’ক আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd