• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম সন্তান গোলাপ ৰাভাৰ মিষ্টাৰ ৱৰ্ল্ড খিতাপ অৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2018 10:44 am
0e9f289ed4c2f166b2f06adacfa78bd5

গোলাপ ৰাভাৰ ফাইল ফটো

459
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনলৈ পুনৰ এক বিৰল সন্মান কঢ়িয়াই আনিলে আন এগৰাকী অসম সন্তান গোলাপ ৰাভাই। এইবাৰ আন্তৰ্জাতিক পৰ্যায়ৰ শৰীৰ চৰ্চা প্ৰতিযোগিতাত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিলে অসম সন্তানগৰাকীয়ে।

কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ কলিয়াবাৰীৰ গোলাপ ৰাভাই ২১ অক্টোবৰত ইউৰোপৰ লিথুৱানিয়াত অনুষ্ঠিত আই ডব্লিউ এফ এফ-ডব্লিউ বি বি এফয়ে আয়োজন কৰা প্ৰতিযোগিতাখনত মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰে।

ইয়াৰ পূৰ্বে গোলাপ ৰাভাই ২০১৭ আৰু ২০১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ লগতে চলিত বৰ্ষতে মিষ্টাৰ এছিয়া খিতাপো দখল কৰিছিল।

অসমীয়া শৰীৰচৰ্চাবিদ গোলাপ ৰাভাৰ শেহতীয়া প্ৰদৰ্শন ৰাজ্যখনৰ এই ক্ষেত্ৰখনত আত্মনিয়োগ কৰা সকলৰ বাবে প্ৰেৰণা হৈ পৰিছে।

উল্লেখযোগ্য যে গোলাপ ৰাভা বিশ্বৰ শৰীৰ চৰ্চা ক্ষেত্ৰখনত একেবাৰে নতুন নাম নহয়। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰাৰ পূৰ্বে তেওঁ মিষ্টাৰ আছাম, মিষ্টাৰ ইষ্টাৰ্ণ ইণ্ডিয়া, মিষ্টাৰ লুইত আদি খিতাপ লাভ কৰিছিল।

সদৌ অসম বডি বিল্ডিং এছোচিয়েশ্যনৰ এগৰাকী প্ৰতিনিধি গোলাপ ৰাভাই ভৱিষ্যতে ৰাজ্যখনলৈ আৰু অধিক সন্মান কঢ়িয়াই অনাৰ লগতে নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবেও অনুপ্ৰেৰণা হৈ ৰ’ব।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd