• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জেপিচিৰ গুৰুত্বপূৰ্ণ বৈঠকত অনুপস্থিত অসমৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু ৰমেন ডেকা

অসমৰ জনগণে ৰাজপথত চিঞৰি মৰিছে, সাংসদৰ দায়িত্বৰ পৰা মূৰপোলোকা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2018 5:32 pm
jpc in guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমৰ জনগণে ৰাজপথত চিঞৰি প্ৰতিবাদ কৰি ঘাম পেলাই থকাৰ সময়তে এই বিধেয়কৰ বিভিন্ন দিশ চালি-জাৰি চোৱাৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিত থকা অসমৰ সাংসদে নিজৰ দায়িত্বহীন মনোভাবৰ পৰিচয় দিছে। আজি দিল্লীত যুটীয়া সংসদীয় সমিতি বা জেপিচিৰ গুৰুত্বপূৰ্ণ বৈঠক আছিল যদিও সমিতিত থকা অসমৰ চাৰিজন সাংসদৰ দুজনেই উপস্থিত নাথাকিল। আজিৰ বৈঠকত অনুপস্থিত থাকে বিজেপিৰ যোৰাহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু মঙলদৈৰ সাংসদ ৰমেন ডেকা।

ইয়াৰ বিপৰীতে জেপিচিৰ অসমৰ আন দুজন সদস্য ক্ৰমে সাংসদ ভুৱনেশ্বৰ কলিতা আৰু সুস্মিতা দেব উপস্থিত থাকে।

Apply Now

গুৰুত্বপূৰ্ণ বৈঠকখনত সাংসদ দুজনৰ অনুপস্থিতিয়ে বিশেষ তাৎপৰ্য্য বহন কৰিছে আৰু ইয়াক লৈ সমালোচনা হোৱা দেখা গৈছে। জানিব পৰা মতে আজিৰ বৈঠক পূৰ্ব নিৰ্ধাৰিত যদিও সাংসদ ৰমেন ডেকা ব্যস্ত আছে বেইজিং ভ্ৰমণত। কামাখ্যা প্ৰসাদ তাছাৰ অৱস্থান জানিব পৰা নগ’ল।

উল্লেখযোগ্য যে বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদি দেশৰ পৰা বিভিন্ন কাৰণত ভাৰতলৈ আহি নিগাজিকৈ থাকিবলৈ লোৱা সেই দেশবোৰৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ, বিশেষকৈ হিন্দুসকলক ভাৰতীয় নাগৰিকত্ব দিবৰ বাবে প্ৰস্তাৱ লৈ সংবিধানৰ নাগৰিকত্ব সম্পৰ্কীয় আইনখন সংশোধনৰ বাবে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আনিব খুজিছে। ইয়াক লৈ বিতৰ্ক হোৱাত সংসদে এই বিধেয়কখনৰ বিভিন্ন দিশবোৰ চালি-জাৰি চাবলৈ আৰু এই সন্দৰ্ভত দেশৰ জনসাধাৰণৰ মত লৈ তাৰ ভিত্তিত প্ৰতিবেদন দিবলৈ যুটীয়া সংসদীয় সমিতি গঠন কৰি দিছে। যোৱা ৭ মে’ৰ পৰা ১০ মে’লৈ অসম ভ্ৰমণ কৰি জেপিচি বা যুটীয়া সংসদীয় সমিতিয়ে অসমৰ ৰাইজৰ শুনানি ল’লে যদিও সেয়া অসম্পূৰ্ণ আছিল আৰু দ্বিতীয়বাৰ শুনানিৰ বাবে অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দি গৈছিল। কিন্তু অসমলৈ দ্বিতীয়বাৰ অহা নাই জেপিচি।

ইফালে আজিৰ জেপিচিৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। আজি জেপিচিৰ অধ্যক্ষৰ ৰাজেন্দ্ৰ অগ্ৰৱালৰ নেতৃত্বত ইয়াৰ সদস্যসকলে বিধেয়কখন সন্দৰ্ভত দেশৰ গৃহ দপ্তৰ, বৈদেশিক পৰিক্ৰমা আৰু আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ শুনানি ল’ব। আজিৰ বৈঠকতে পৰৱৰ্তী কাৰ্য্যসূচী সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd