• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্ধ শতাধিক সংগঠনৰ দাবী মিছা, অসম বন্ধৰ প্ৰকৃত সত্য ব্যাখ্যা বিজেপি নেতাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 24, 2018 5:21 pm
dr numal momin assam bjp

নীলা চোলা পিন্ধাজন মমিন। ছবি- ফে’চবুক।

627
VIEWS
Share on FacebookShare on Twitter

অৰ্ধ শতাধিক সংগঠনে শেহতীয়াকৈ আহ্বান কৰা অসম বন্ধ সৰ্বাত্মক নাছিল। সংগঠনসমূহৰ দাবী “মিছা” বুলি বেকত কৰি প্ৰকৃত সত্যটো বুধবাৰে গুৱাহাটীত বেকত কৰিছে বিজেপি নেতা তথা নগৰ পানী যোগান আঁচনি ও নৰ্দমা পৰিষদৰ নৱ নিযুক্ত অধ্যক্ষ ডা০ নুমল মমিনে।

“বন্ধ স্বতঃস্ফূৰ্তভাৱে হ’ল বুলি ঘোষণা কৰাটো মিছা কথা। এই বন্ধতকৈ অসম আন্দোলনৰ বন্ধ বেছি বিয়াগোম তথা সৰ্বাত্মক আছিল,‘’ এই মন্তব্য বোকাজানৰ বিধায়ক মমিনৰ।

কেৱল চৰ অঞ্চলৰ লোকসকলেহে বন্ধ পালন কৰিছিল বুলি মন্তব্য কৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সুৰতে সুৰ মিলাই মমিনে কয়, ‘‘কালি গুৱাহাটীত দোকান-পোহাৰ বন্ধ আছিল যদিও যান-বাহন চলি আছিল, আনকি চিটি বাছো চলি আছিল।’‘

ব্যৱসায়ীসকলে কিয় দোকান বন্ধ ৰাখিছিল তাৰো ব্যাখ্যা আগবঢ়াই মমিনে কয়, ‘‘কোনো কোনোৱে হয়তো সমৰ্থনত বন্ধ ৰাখিলে আৰু অন্য কিছুমানে ঘৰতে আৰাম কৰো বুলি ভাবি বন্ধ ৰাখিলে।”

নিজকে “কাৰ্বি আংলঙ”ৰ পৰা অহা বুলি উল্লেখ কৰি মমিনে কয়, “এয়া কি বন্ধ! কাৰ্বি আংলঙতো ১০০০ ঘন্টীয়া বা ১৫০০ ঘন্টীয়া বন্ধ অতিবাহিত কৰি আহিছো।‘’

তেওঁৰ মতে, ‘‘বন্ধই কোনো সমস্যা সমাধান নকৰে, বন্ধই দেশখনক বহু পিছলৈ লৈ যাব। বহু দুখীয়া লোকসকলৰ পেটৰ ভাত মাৰিবৰ কাৰণেহে এই বন্ধ।’‘

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা আৰু যুটীয়া সংসদীয় কমিটি অসমলৈ প্ৰতিশ্ৰুতি দি নহাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যখনৰ অৰ্ধ শতাধিক সংগঠনে দিয়া বন্ধক সমালোচনা কৰি ওলোটাই মুখ্য মন্ত্ৰী সোণোৱালক ধন্যবাদ জনাবহে লাগে বুলি দাবী কৰে মমিনে।

‘‘সৰ্বানন্দ সোণোৱালে দাবী কৰাৰ বাবে অসমলৈ যুটীয়া সংসদীয় কমিটি আহিছিল। অসমীয়া ৰাইজে সৰ্বানন্দ সোণোৱালক ধন্যবাদহে জনাব লাগে,” মন্তব্য মমিনৰ।

খিলঞ্জীয়া বিধায়কজনৰ মতে ‘‘অসমীয়াৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী থিয় দিব তাত কোনো সন্দেহ নাই।”

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd