• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্ধ শতাধিক সংগঠনৰ দাবী মিছা, অসম বন্ধৰ প্ৰকৃত সত্য ব্যাখ্যা বিজেপি নেতাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 24, 2018 5:21 pm
dr numal momin assam bjp

নীলা চোলা পিন্ধাজন মমিন। ছবি- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্ধ শতাধিক সংগঠনে শেহতীয়াকৈ আহ্বান কৰা অসম বন্ধ সৰ্বাত্মক নাছিল। সংগঠনসমূহৰ দাবী “মিছা” বুলি বেকত কৰি প্ৰকৃত সত্যটো বুধবাৰে গুৱাহাটীত বেকত কৰিছে বিজেপি নেতা তথা নগৰ পানী যোগান আঁচনি ও নৰ্দমা পৰিষদৰ নৱ নিযুক্ত অধ্যক্ষ ডা০ নুমল মমিনে।

“বন্ধ স্বতঃস্ফূৰ্তভাৱে হ’ল বুলি ঘোষণা কৰাটো মিছা কথা। এই বন্ধতকৈ অসম আন্দোলনৰ বন্ধ বেছি বিয়াগোম তথা সৰ্বাত্মক আছিল,‘’ এই মন্তব্য বোকাজানৰ বিধায়ক মমিনৰ।

Apply Now

কেৱল চৰ অঞ্চলৰ লোকসকলেহে বন্ধ পালন কৰিছিল বুলি মন্তব্য কৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সুৰতে সুৰ মিলাই মমিনে কয়, ‘‘কালি গুৱাহাটীত দোকান-পোহাৰ বন্ধ আছিল যদিও যান-বাহন চলি আছিল, আনকি চিটি বাছো চলি আছিল।’‘

ব্যৱসায়ীসকলে কিয় দোকান বন্ধ ৰাখিছিল তাৰো ব্যাখ্যা আগবঢ়াই মমিনে কয়, ‘‘কোনো কোনোৱে হয়তো সমৰ্থনত বন্ধ ৰাখিলে আৰু অন্য কিছুমানে ঘৰতে আৰাম কৰো বুলি ভাবি বন্ধ ৰাখিলে।”

নিজকে “কাৰ্বি আংলঙ”ৰ পৰা অহা বুলি উল্লেখ কৰি মমিনে কয়, “এয়া কি বন্ধ! কাৰ্বি আংলঙতো ১০০০ ঘন্টীয়া বা ১৫০০ ঘন্টীয়া বন্ধ অতিবাহিত কৰি আহিছো।‘’

তেওঁৰ মতে, ‘‘বন্ধই কোনো সমস্যা সমাধান নকৰে, বন্ধই দেশখনক বহু পিছলৈ লৈ যাব। বহু দুখীয়া লোকসকলৰ পেটৰ ভাত মাৰিবৰ কাৰণেহে এই বন্ধ।’‘

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা আৰু যুটীয়া সংসদীয় কমিটি অসমলৈ প্ৰতিশ্ৰুতি দি নহাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যখনৰ অৰ্ধ শতাধিক সংগঠনে দিয়া বন্ধক সমালোচনা কৰি ওলোটাই মুখ্য মন্ত্ৰী সোণোৱালক ধন্যবাদ জনাবহে লাগে বুলি দাবী কৰে মমিনে।

‘‘সৰ্বানন্দ সোণোৱালে দাবী কৰাৰ বাবে অসমলৈ যুটীয়া সংসদীয় কমিটি আহিছিল। অসমীয়া ৰাইজে সৰ্বানন্দ সোণোৱালক ধন্যবাদহে জনাব লাগে,” মন্তব্য মমিনৰ।

খিলঞ্জীয়া বিধায়কজনৰ মতে ‘‘অসমীয়াৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী থিয় দিব তাত কোনো সন্দেহ নাই।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd