• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুদিনীয়া ভ্ৰমণসূচী লৈ ডিমা হাচাওত মন্ত্ৰী পীযুষ হাজৰিকা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
October 25, 2018 2:22 pm
20181025_122558

ফটো : নৰ্থ-ইষ্ট নাও

393
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া ভ্ৰমণসূচী লৈ আজি ডিমা হাচাও জিলাত উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীৰ লগত থাকে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক (সংগঠন) ফনীন্দ্ৰনাথ শৰ্মা আৰু ডিমা হাচাও বিজেপি প্ৰভাৰী ৰামকৃষ্ণ ঘোষ।

পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ দলীয় কাম-কাজৰ বুজ লোৱা উদ্দেশ্যে মন্ত্ৰী হাজৰিকা আজি ৰাতিপুৱা ১০ বজাত জিলাখনৰ মান্দাৰদিচাত উপস্থিত হয়। ডিমা হাচাও জিলাৰ বিজেপি সভাপতি নিপোলাল হোজাই আৰু দলৰ নেতা-কৰ্মীসকলৰ উপৰি পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লচা, ই এম চ্যামুয়াল চাঙছানকে ধৰি বহুতো নেতাই মন্ত্ৰী হাজৰিকাক উষ্ম আদৰণি জনায়।

আদৰণি অনুষ্ঠানৰ পাছতে মন্ত্ৰী হাজৰিকাই পোনে পোনে হাতিখালীত উপস্থিত হৈ এটা উপ স্বাস্থ্য কেন্দ্ৰৰ প্ৰধান গৃহৰ দ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে লাঙটিঙত এখন চৰকাৰী মডেল হস্পিতাল ভৱনৰো দ্বাৰ মুকলি কৰে।

দ্বাৰ মুকলি অনুষ্ঠানৰ পাছতে মন্ত্ৰী হাজৰিকাই লাঙটিঙ খেলপথাৰত আয়োজন কৰা এখন বিজেপিৰ কৰ্মী সভাত অংশ গ্ৰহণ কৰে। উল্লেখনীয় যে একাদশ  উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল অহা ৩ ডিচেম্বৰত সামৰণি পৰিব। সেয়ে নৱেম্বৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া দ্বাদশ পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীসকলৰ মাজত এতিয়া নিৰ্বাচনী ব্যস্ততা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Recent News

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd