• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী কৰ্মচাৰীলৈ বিজেপিৰ অ’ফাৰ : ১৫ লাখলৈকে ঋণ লৈ সাজিব পাৰিব আপোন ঘৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2018 10:00 pm
25-10-18 Guwahati- Himanta Biswa MoU Execution Ceremony

ইউ বি আইৰ সৈতে হোৱা বুজাবুজি চুক্তি সম্পৰ্কত সংবাদ মাধ্যমক অৱগত কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফটো : ইউ বি

1.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ গৃহ নিৰ্মাণৰ বাবে বিশেষ সুবিধা প্ৰদানৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰে। তেনে এক উদ্দেশ্যেৰে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ সৈতে এক  বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰ আঁচনিৰ বাবে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰিছে।

বৃহস্পতিবাৰে জনতা ভৱনত ইউ বি আইৰ সৈতে ৰাজ্য চৰকাৰৰ এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। অনুষ্ঠানত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পল্লৱলোচন দাসৰ লগতে ইউ বি আই আৰু এছ বি আইৰ বিষয়াসকল উপস্থিত থাকে।

এই আচঁনিৰ দ্বাৰা ৰাজ্যখনৰ ৫১ হাজাৰ চৰকাৰী কৰ্মচাৰী উপকৃত হ’ব। তদুপৰি, চৰকাৰী কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত ১৫ লাখ টকালৈকে গৃহ ঋণ পাব। ইপিনে, মহিলা কৰ্মচাৰীয়ে ৫ শতাংশ আৰু পুৰুষসকলে ৫.৫ শতাংশ সুদৰ হাৰত গৃহ ঋণ লাভ কৰিব।

ইতিমধ্যে ৰাজ্যখনৰ ১৯ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে এই আপোন ঘৰ আঁচনিৰ সুবিধা লাভ কৰিছে। পূৰ্বে ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকে এই আঁচনিৰ সুবিধা লাভ কৰিছিল।

আনহাতে, যিসকল চৰকাৰী কৰ্মচাৰীৰ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ একাউণ্ট আছে তেওঁলোক এই সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছিল যদিও এতিয়াৰে পৰা তেওঁলোকেও এই আঁচনিৰ সুবিধা লাভ কৰিব।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd