• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টুক্ৰেশ্বৰী দেৱালয়ত কৃষ্ণাই প্ৰেছ ক্লাৱৰ ব্যতিক্ৰমী অনুষ্ঠান “শৰতৰ জোনাকত এখন্তেক”

নীলমনি শর্মা by নীলমনি শর্মা
October 26, 2018 12:11 pm
IMG_20181025_192151

শৰতৰ জোনাকত এখন্তেক অনুষ্ঠানৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

418
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰেছ ক্লাৱৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হ’য় “শৰতৰ জোনাকত এখন্তেক” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান ৷ ঐতিহাসিক শ্ৰীশ্ৰীটুক্ৰেশ্বৰী দেৱালয় প্ৰাংগণত  বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে বিশিষ্ট কন্ঠশিল্পী ৰহিমা বেগম কলিতাই।

সন্ধিয়া ৬:৩০ বজাত ‘’শৰতৰ জোনাকত এখন্তেক’’ এই ব্যতিক্ৰমী অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সপ্তাহিক ধনশিৰি কাকতৰ সম্পাদক বিপুল শৰ্মাই ৷ কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হকৰ সঞ্চালনাত অনুষ্ঠিত এই ব্যতিক্ৰমী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বাংগালুৰুৰ বিশিষ্ট কবি চিকিৎসক ডাঃ ৰবি শিশিৰ চেটাৰ্জী,কলকাতা অনাতাঁৰ আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী তথা বিশিষ্ট সৰোদ বাদক সিদ্ধাৰ্থ বোস আৰু বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক তথা কবি গোবিন্দ মালাকাৰ আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক মনোজ অগস্তি আৰু কবি বিপুল শৰ্মা।

IMG_20181025_211240
শৰতৰ জোনাকত এখন্তেক অনুষ্ঠানৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

অনুষ্ঠানত শৰতৰ মাদকতা, তাৎপৰ্য, সৌন্দৰ্য আদি সম্পৰ্কে মুকলি মনে আলোচনা কৰে বিভিন্ন জনে ৷ কৃত্ৰিমতাক পৰিহাৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত অনুষ্ঠিত হোৱা শৰতৰ জোনৰ পোহৰত  গীত, কবিতা আৰু আলাপৰ মাজেৰে জীপাল হৈ পৰে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ৰ বাকৰি ৷

কলকাতাৰ বিশিষ্ট সৰোদবাদক সিদ্ধাৰ্থ বোসৰ সৰোদ বাদনে উপস্থিত লোকসকলক আপ্লুত কৰি তোলে। আনহাতে বাংগালুৰুৰ বিশিষ্ট কবি চিকিৎসক ডাঃ ৰবি শিশিৰ চেটাৰ্জীৰ কবিতাই অনুষ্ঠানত অন্য এক মাত্ৰা প্ৰদান কৰে ৷

অনুষ্ঠানত প্ৰাণভৰি কবিতা পাঠ কৰে দীপক শৰ্মা মেধি, যমুনা ডেকা, জয়ন্ত বল্লভ শৰ্মা,নজৰুল ইছলাম,নৱ ৰাভা, চন্দন চক্ৰৱৰ্তী, অংকনা চক্ৰৱৰ্তী, যুগান্তৰ কাশ্যপ, অনুৰাগ শৰ্মাৰ লগতে আন বহুতে ৷

অনুষ্ঠানত কবিতাৰ লগতে শৰতৰ অনুভৱত একাত্ম হৈপৰে বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰ৷ আনহাতে, “নৈশ মালিতা” নামৰ এখন কবিতা পুথি উন্মোচন কৰে সাংবাদিক মনোজ অগস্তিয়ে ৷

‘’শৰতৰ জোনাকত এখন্তেক’’- এই অনুষ্ঠানত অভয়াপুৰীৰ শিশু শিল্পী জাহ্নৱী ৰায়ক কৃষ্ণাই প্ৰেছ ক্লাৱৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত মিনা শৰ্মাৰ লগতে কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰে।

Recent News

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd