• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোণিতপুৰৰ লখৰাত জঘন্য ঘটনা : পত্নী আৰু সন্তানক ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা স্বামীৰ

মনিমালা বৰা by মনিমালা বৰা
October 26, 2018 1:13 pm
manimala tejpur.Photo

পত্নীৰ সৈতে জীৱন বাছফ'ৰ। ফটো : নৰ্থইষ্ট নাও

374
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত লখৰাত সংঘটিত হৈছে এক জঘন্য ঘটনা। স্বামীয়ে ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ অপচেষ্টা চলালে পত্নী আৰু ৪ বছৰীয়া কনমাণি সন্তানক।

জানিব পৰা মতে, লখৰাৰ সোনানগৰৰ ১৫ নং অসম ৰাইফলছত কৰ্মৰত জোৱান জীৱন বাছফৰ নামৰ এজন ব্যক্তিয়ে নিজ কৰ্তব্যস্থলীৰ পৰা ছুটি লৈ আহি যোৱা ২০ অক্টোবৰ শনিবাৰে পত্নী আৰু সন্তানক ফুৰাবলৈ লৈ যায়।

এইদৰে ফুৰাবলৈ লৈ যোৱাৰ পথত ভালুকপুঙৰ সমীপৱৰ্তী বাৰ মাইলত পত্নী আৰু নিজৰেই ৪ বছৰীয়া কন্যা সন্তানক ব্লেডেৰে ডিঙি ৰেপি হত্যাৰ অপচেষ্টা চলাই নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জংঘলত পেলাই পলায়ন কৰে।

সৌভাগ্যক্ৰমে পত্নীগৰাকীয়ে নিজৰ কন্যা সন্তানক লৈ কোনোমতে প্ৰাণৰক্ষা কৰি ৰাস্তাৰ গাড়ী ৰখাই মূমূৰ্ষ অৱস্থাত আহি চাৰিদুৱাৰ আৰক্ষীৰ কাষ চাপে। পাছত চাৰিদুৱাৰ আৰক্ষীয়ে মহিলাগৰাকী আৰু কনমাণি শিশুটিক উপযুক্ত চিকিৎসা প্ৰদান কৰি পুণৰ স্বামীগৃহত চমজাই দিয়ে।

ইপিনে,উক্ত ঘটনাতো মহিলাগৰাকীৰ স্বামীগৃহই গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও ঘটনা সন্দৰ্ভত তদন্তৰ বাবে আজি আৰক্ষীৰ এটা দল স্বামীগৃহত উপস্থিত হোৱাত গাওঁবাসীয়ে অৱগত হৈ ক্ষোভিত হৈ পৰাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে।

আনহাতে, ইয়াৰ পূৰ্বেও জীৱন বাছফৰ নামৰ এই লোকজনে অন্য এগৰাকী মহিলাক বিয়া পাতি হত্যাৰ চেষ্টা চলাইছিল বুলি গাওঁবাসী ৰাইজে জানিবলৈ দিয়ে।

Recent News

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd