• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ ‘ভগা খিৰিকি’ৰ মুক্তিৰ দিন স্থগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2018 3:06 pm
0c67752d-e354-4cf3-be1a-19b3c4d7073f-750x375

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ৰ মুহূৰ্তত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মুক্তি পাবলগীয়া বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা পৰিচালিত ‘ভগা খিৰিকি’ৰ মুক্তি স্থগিত ৰখা হৈছে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কালি উদ্বোধনীৰ দিনা ‘ভগা খিৰিকি’ প্ৰদৰ্শিত হৈছিল।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত এই কথা সদৰী কৰা হৈছে। ছবিখনৰ প্ৰযোজক শ্বাহনাব আলমে জানিব দিয়ে যে এমাহৰ ভিতৰতে ছবিখনৰ মুক্তি দিয়া হ’ব।

Apply Now

অনুষ্ঠানত পৰিচালক জাহ্নু বৰুৱাই কয় যে তেওঁ চাৰে চাৰি বছৰ পিছত এই ছবিখন নিৰ্মাণ কৰিছে। ছবিখনৰ চিত্ৰগ্ৰহণ কাজিৰঙাৰ আশে পাশেই সম্পন্ন কৰা হৈছে।

হিন্দী ছবিৰ লবীৰ বিষয়ে ক’বলৈ গৈ বৰুৱাই কয়, ‘’ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে ই সদায় সমস্যাৰ সৃষ্টি কৰি আহিছে। মুক্তিৰ দিন এটা পোৱাটো কঠিন হৈ পৰে কিয়নো এই বিষয়ে বহু কথা চিন্তা কৰিবলগীয়া হয়। কিন্তু এতিয়াও অসমীয়া চলচ্চিত্ৰ উদ্যোগ এক ভাল স্থানতে আছে।‘’

চলচ্চিত্ৰখনত অভিনয় কৰা অভিনেত্ৰী জেৰিফা ৱাহিদে ছবিখনত তেওঁৰ কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কয়। তেওঁ কয়, ‘’মই মৌলিক বিষয়বস্তুৰ ওপৰত নিৰ্মিত ছবিত অভিনয় কৰি ভাল পাওঁ যিটো জাহ্নু বৰুৱাই সদায় কৰি আহিছে। মই ভগা খিৰিকিত অভিনয় কৰি সন্তুষ্ট।‘’

জেৰিফাই লগতে কয় যে চলচ্চিত্ৰক কেৰিয়াৰ হিচাপে লোৱাটো সঁচাকৈয়ে কঠিন বিশেষকৈ অসমৰ দৰে ঠাইত য’ত বহুত সংগ্ৰাম কৰিবলগীয়া হয়।

চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত জেৰিফাই অভিনয় কৰিছে। ছবিখনত অভিনয় কৰা আন শিল্পীসকলৰ ভিতৰত আছে সীমা বিশ্বাস, জয় কাশ্যপ আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী বিষ্ণু খাৰঘৰীয়াৰ লগতে আন বহুতে। প্ৰায় ৩.৫ কোটি টকা ব্যয় সাপেক্ষে ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে।

ছবিখনৰ বিষয়ে ক’বলৈ গৈ জাহ্নু বৰুৱাই ছবিখন প্ৰতীকধৰ্মী বুলি উল্লেখ কৰি কয়, ‘’ভগা খিৰিকি’’য়ে অসমক প্ৰতিনিধিত্ব কৰিছে আৰু মুখ্য চৰিত্ৰ তগৰে সাম্প্ৰতিক সমাজখনক প্ৰতিনিধিত্ব কৰিছে।‘’

তেওঁ লগতে কয়, ‘’ মই সদায় মোৰ জীৱনৰ কাহিনী ক’ব বিচাৰো। বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীত আমাৰ সমাজখন শক্তিশালী তথা অধিক সুযোগ্য কৰি তুলিবলৈ বিশ্বৰ আগত নিজক দাঙি ধৰাৰ অন্যতম শ্ৰেষ্ঠ মাধ্যম হৈছে চলচ্চিত্ৰ।‘’

এই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী পাৰ্প’ল পেব’ল পিকছাৰছ আৰু মুম্বাইৰ এটি কোম্পানী এষ্টাৰ্লী এন্টাৰটেইমেন্টে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd