• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু ‘ডি ভোটাৰ’ৰ জাননী প্ৰেৰণ নকৰাৰ সিদ্ধান্ত; নাগৰিকত্ব প্ৰমাণ হোৱাসকলৰ নামৰ পৰা ‘ডি’ আঁতৰোৱাৰ নিৰ্দেশ

নাগৰিকত্ব প্ৰমাণ হোৱাসকলৰ নাম ভোটাৰ তালিকাত শুধৰোৱাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2018 10:19 pm
d-voter-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত বহুতৰে বাবে এক প্ৰকাৰৰ আতংকৰ কাৰণ হৈ পৰা ডি ভোটাৰ বা সন্দেহজনক ভোটাৰৰ বিষয়টোৱে নতুন মোৰ লাভ কৰিছে। আজি বিধানসভাৰ অধ্যক্ষৰ কক্ষত অনুষ্ঠিত এখন বহুদলীয় বৈঠকত ডি ভোটাৰ বিষয়টোত চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাটো প্ৰকাশ পায়।

এই সিদ্ধা্ন্ত অনুসৰি এন আৰ চি প্ৰক্ৰিয়া চলি থকা সময়খিনিত আৰু কোনো লোকলৈ ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰা নহয়। এই সন্দৰ্ভত সীমান্ত আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰে।

Apply Now

ইয়াৰোপৰি ডি ভোটাৰ বুলি চিহ্নিত যিসকল লোকক বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰিছে, ভোটাৰ তালিকাত তেওঁলোকৰ নামৰ আগৰ পৰা ‘ডি’ আখৰটো আঁতৰ কৰিবলৈ ব্যৱস্থা কৰিব চৰকাৰে। তাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগক ইতিপূৰ্বে অৱগত কৰিছে অসম চৰকাৰে। আনহাতে ৰাজ্যিক নিৰ্বাচন আয়োগে বিষয়টো সন্দৰ্ভত যোগাযোগ কৰিব কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সৈতে।

“আমাৰ বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাৰ অধিৱেশনৰ সময়ত ডি ভোটাৰৰ বিষয়টো উত্থাপন কৰাৰ পিছত আজিৰ বহু দলীয় বৈঠকখন হয়। চৰকাৰে এন আৰ চি প্ৰক্ৰিয়াটো চলি থকা পৰ্য্যন্ত কোনো লোকলৈ ডি ভোটাৰৰ জাননী প্ৰেৰণ নকৰাৰ কথাটোত একমত হয়।” এইদৰে কয় বহু দলীয় বৈঠকখনত উপস্থিত থকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

আনহাতে তেওঁ কয় যে ৰাজ্যত প্ৰায় ৪.৫ লাখ ডি ভোটাৰৰ বেছি সংখ্যকেই ইতিমধ্যে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ হৈছে। এইসকলৰ নাম ভোটাৰ তালিকাত সংশোধন কৰিবলৈ আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে। এই নাম শুধৰোৱা প্ৰক্ৰিয়াটো সকলো সময়তে অব্যাহত ৰাখিব লাগে বুলিও আজিৰ বৈঠকত সিদ্ধান্ত কৰা হয়।

আনহাতে সন্দেহজনক নাগৰিক থকা ডিটেনশ্যন কেম্পত মানৱীয় দৃষ্টিভংগিৰে থকা-খোৱাৰ সুব্যৱস্থা কৰাক লৈও আলোচনা হয় আজিৰ বৈঠকত।

বৈঠকখনত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি প্ৰতিটো দলৰ দলপতিসকল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd