• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যালঘু প্ৰধান এলেকাত এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰত নিজৰ নিজৰ নাম বিচাৰি প্ৰচণ্ড ভিৰ : শিলচৰত এজনৰ আত্মহত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2018 1:58 pm
মাজৰাতি এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ মুহূৰ্তত সংবাদমেলত প্ৰতীক হাজেলা আৰু শৈলেশ। ফটো : কল্পজ্যোতি হাজৰিকা।

মাজৰাতি এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ মুহূৰ্তত সংবাদমেলত প্ৰতীক হাজেলা আৰু শৈলেশ। ফটো : কল্পজ্যোতি হাজৰিকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ প্ৰথমটো খচৰা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন ঠাইৰ এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰত নিজৰ নিজৰ নাম বিচাৰি ভিৰ লগা পৰিলক্ষিত হৈছে। বিশেষকৈ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত এই ভিৰ বেছি হোৱা দেখা গৈছে। যদিও এন আৰ চিৰ তথ্য সন্ধান কৰিব পৰাকৈ কেইবাটাও ৱেবছাইট থকাৰ কথা চৰকাৰে ঘোষণা কৰিছে, এইবোৰ অত্যন্ত ধীৰ হোৱা হেতুকে তথা কিছুমানটো নোখোলা বাবে আৰু লগতে গাওঁ অঞ্চলৰ বহুতো লোকে ইয়াৰ ব্যৱহাৰ নজনা বাবে সেৱাকেন্দ্ৰবোৰত ভিৰ কৰিছেগৈ।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত খবৰমতে এছ এম এছ যোগে তথ্য ল’ব পৰাৰ সুবিধাটোৱেও সঠিক আৰু নিয়মীয়াভাৱে কাম কৰা নাই।

Apply Now

আনহাতে আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল একেটা পৰিয়ালৰে কিছুমানৰ নাম থকাৰ বিপৰীতে আন এজন বা দুজনৰ নাম পোৱা যোৱা নাই। কাৰোবাৰ যদি পতি-পত্নীৰ নাম আছে, সন্তানৰ নাম নাই। কাৰোবাৰ আকৌ পৰিয়ালৰ মুৰব্বী তথা সন্তানৰ নাম আছে, কিন্তু পত্নীৰ নাম নাই। এন আৰ চি উন্নীতকৰণ কৰিব লাগে বুলি সততে সৰৱ হৈ অহা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰো পৰিয়ালৰ এজন সদস্যৰ নাম বৰ্তমানৰ খচৰাত নথকাৰ কথা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এন আৰ চি কৰ্তৃপক্ষৰ পৰা জনোৱা মতে, যিসকলে সমৰ্থন নথি হিচাপে গাওঁ পঞ্চায়তৰ নথি জমা দিছিল, সেইসকলৰ নাম প্ৰথম খচৰাত নহাৰ সম্ভাৱনা আন সকলতকৈ বেছি। কাৰণ উচ্চ ন্যায়ালয়ে পঞ্চায়তৰ নথিক সমৰ্থন নথি হিচাপে গ্ৰহণযোগ্য নহয় বুলি কোৱাৰ পিছত এন আৰ চি কৰ্তৃপক্ষই তেওঁলোকৰ নাম বাদ দিছিল। কিন্তু পিছত এক গুৰুত্বপূৰ্ণ ৰায় দি উচ্চতম ন্যায়ালয়ে পঞ্চায়তৰ নথিক বৈধতা দিয়াত সেইবোৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।

আনহাতে শেহতীয়া খবৰমতে শিলচৰত আজি এজন লোকে আত্মহত্যা কৰাৰ বাতৰি পোৱা গৈছে। এটা সূত্ৰই কয় যে এই লোকজন এন আৰ চিত তেওঁৰ নাম নথকাক লৈ উদ্বিগ্ন হৈ আছিল। তেওঁৰ আত্মহত্যাৰ সৈতে এন আৰ চিৰ সম্পৰ্ক আছে নে নাই সেই কথা এতিয়া আৰক্ষীৰ ফালৰ পৰা নিশ্চিত কৰিবলৈ বাকী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd