• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমিউনিষ্টৰ বোকোচাত হিন্দুত্ববাদী শিলাদিত্য!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2018 11:13 pm
Shiladitya

শিলাদিত্য দেবৰ ফাইল ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিত কমিউনিজম আৰু হিন্দুত্ববাদৰ মিলন নহয়। অতি কেন্দ্ৰীভূত, দমনমূলক শাসন চলোৱাৰ ঐতিহাসিক সাক্ষ্য থকা আৰু একে সময়তে তীব্ৰ “বৈপৰীত্য” বজাই চলা এই দুই শিবিৰৰ এক অদ্ভূত ৰাজনৈতিক খিচিৰি ৰান্ধিব খুজিছে বিজেপি বিধায়ক শিলাদিত্য দেবে।

হেমাংগ বিশ্বাস লোক, গণ সংগীত জগতৰ এগৰাকী স্বনামধন্য শিল্পী আৰু সংগঠক হোৱাৰ লগতে ভাৰতৰ কমিউনিষ্টৰো এক আইকন। তাৰ বিপৰীতে বিজেপিৰ শিলাদিত্য দেবৰ নিজৰ ৰাজনীতিক লৈ খুব স্পষ্ট– তেওঁৰ নিজৰ ভাষাতে “মই হিন্দুত্ববাদৰ ৰাজনীতি কৰো”।

Apply Now

শিলাদিত্য দেবে মুখ খোলাৰ দিন ধৰি অসমত তেওঁৰ মন্তব্যক লৈ হৈ আহিছে ব্যাপক বিতৰ্ক। বিভিন্ন মহলে আপত্তি কৰি আনকি গোচৰো ৰুজু কৰিছে।  তাৰ বিপৰীতে হেমাংগ বিশ্বাসে গাইছিল “হাৰাধন-ৰংমনৰ গীত”, ভূপেন হাজৰিকাৰ সৈতে, অসমৰ আন এছোৱা উত্তাল, হিংস্ৰ সময়ত।

অসমৰ সকলো খিলঞ্জীয়াই সৰ্বাত্মক বিৰোধিতা কৰা নাগৰিকত্ব বিধেয়্ক সমৰ্থনকাৰী ৰাজ্যৰ ২৬টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ চি আৰ পি এফ এ-ই পাতিব খোজা সমাৱেশে আজি পৰ্য্যন্ত সন্মুখীন হৈছে ব্যাপক জনৰোষৰ। অসম সাহিত্য সভাৰ সৈতে বৈঠকৰ পিছত এই সমাৱেশ বিধেয়কৰ সমৰ্থনত নহয় আৰু ইয়াক “মৈত্ৰী সন্মিলন” নাম দিছে আয়োজকসকলে।

আৰু এতিয়া কমিউনিষ্ট হেমাংগ বিশ্বাসৰ জন্মদিনত (শিলাদিত্য দেবৰ মতে ১২, আমি জনাত ১৪ ডিচেম্বৰ) ‘‘মৈত্ৰী সন্মিলন” পাতিব খুজিছে হিন্দুত্ববাদী, কমিউনিষ্টবিৰোধী দেব মুখ্য আহ্বায়কৰূপে থকা চি আৰ পি এফ এ-ই।

নাগৰিকত্ব বিধেয়কক লৈ সঘনে চৰ্চিত হোৱা অসম আন্দোলনৰ সময়তো অসমলৈ আহিছিল হেমাংগ বিশ্বাস। কৈছিল আন্দোলনকাৰী আৰু বিৰোধী দুয়োপক্ষতে থকা ‘‘আৱেগৰ আধিক্য” আৰু যুক্তিযুক্ততাৰ কথা।

“মঘাই ওজাক জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰ” বোলা ‘কমিউনিষ্ট’ হেমাংগৰ বোকোচাত উঠি নাগৰিকত্ব বিধেয়কে অনা প্ৰত্যাহ্বানৰ বৈতৰণী পাৰ হ’ব পাৰিবনে স্বঘোষিত ‘হিন্দুত্ববাদী’ শিলাদিত্য দেবে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd