• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জুনু শৰ্মাৰ হত্যা : কাৰাগাৰলৈ প্ৰেৰণ দুজনক, তিনিজনক পুনৰ আৰক্ষীৰ জিম্মাত

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
October 29, 2018 7:51 am
-Dadara-three-arrested-Junu-Sharma-murder-1-750x375

ফাইল ফটো

248
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মাক যোৱা ১০ অক্টোবৰত গুৱাহাটীৰ সীমান্তৱৰ্তী এলেকা আগিয়াথুৰিৰ ৰাজপথত গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকা পাঁচ অভিযুক্তক দেওবাৰে পুনৰ হাজোৰ প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়।

আদালতে অভিযুক্ত পুতুল আলী ওৰফে চাদ্দাম হুছেইন আৰু বেংক বিষয়া সুনীল মিশ্ৰক ঋণ কেলেংকাৰী সন্দৰ্ভত পুনৰ ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইফালে মৃত্যুবৰণ কৰা বেংক বিষয়া জুনু শৰ্মাৰ গাড়ী চালক প্ৰণৱ কলিতাক হত্যাকাণ্ড সন্দৰ্ভত সোধা-পোচাৰ বাবে পুনৰ ৩ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।

আনহাতে আন দুগৰাকী অভিযুক্ত ক্ৰমে মণ্টু আলী আৰু চাদ্দাম আলীক জে’ললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অনুসন্ধান কাৰ্য চলাই বেংক বিষয়াগৰাকীৰ হত্যাৰ সৈতে জড়িত পাঁচগৰাকীকৈ অভিযুক্তক আটক কৰাৰ পিছত যোৱা ১৪ অক্টোবৰত হাজোৰ প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ আদালততে পাঁচোগৰাকী অভিযুক্তক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল। ১৪ দিনৰ জিম্মাৰ ম্যাদ ওকলাৰ পাছত আৰক্ষীয়ে কালি পুনৰবাৰ অভিযুক্ত কেইজনক আদালতত হাজিৰ কৰোৱাত আদালতে ইয়াৰে তিনিজনক পুনৰ আৰক্ষীৰ জিম্মাত আৰু দুজনক জে’ললৈ প্ৰেৰণ কৰে।

স্মৰ্তব্য যে দদৰাস্থিত ষ্টেট বেংকৰ শাখাটোত ব্যাপক হাৰত সংঘটিত হোৱা দুৰ্নীতি আৰু ঋণ কেলেংকাৰি গাপ দিয়াৰ বাবেই বেংক বিষয়া জুনু শৰ্মাক যোৱা ১০ অক্টোবৰত ৰাজপথতে অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হৈছিল বুলি নিহত বিষয়াগৰাকীৰ স্বামীৰ লগতে বহুতো লোকে সন্দেহ প্ৰকাশ কৰিছিল।

Recent News

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd