• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জোনাইৰ গ্ৰামাঞ্চলত বন্যহস্তীৰ বিচৰণ : সন্ত্ৰস্ত স্থানীয় বাসিন্দা

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
October 29, 2018 7:53 pm
Paddy damage- (1)
386
VIEWS
Share on FacebookShare on Twitter

বিগত কেইদিন মান ধৰি জোনাইৰ গ্ৰামাঞ্চলত এজাক বনৰীয়া হাতীয়ে ঘূৰা-ফিৰা কৰি আছে আৰু ইয়াকে লৈ  স্থানীয় বাসিন্দাসকল সন্ত্ৰস্ত হৈ পৰিছে।  হাতীৰ জাকটোৱে খেতিয়কসকলৰ শস্যপথাৰৰ ক্ষতি কৰিছে বুলি জানিব পৰা গৈছে। ফলত দুখীয়া খেতিয়কসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে।

উল্লেখযোগ্য যে পোবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে জোনাই চক্ৰৰ অন্তৰ্গত চপাবৰ সময় হোৱা খেতি পথাৰৰ লগতে ফল-মূলৰ গছৰো ব্যাপক ক্ষতিসাধন কৰিছে।

স্থানীয় ৰাইজে জনোৱা মতে অঞ্চলটোত প্ৰায় ১০ একৰ পৰ্মাণৰ কৃষিভূমি হাতীয়ে নষ্ট কৰিছে। ৰাইজে আৰু অভিযোগ কৰা মতে এই ত্ৰেত্ৰত অৱগত হোৱাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই।

বন বিষয়াসকলৰ মতে বনৰীয়া হাতীৰ জাকটো খাদ্যৰ সন্ধানত ছিছি বনাঞ্চলৰ পৰা ওলাই আহিছে।  তেওঁলোকে আৰু কৈছে যে হাতীৰ জাকটো ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰৰ উজনিত থকা পোবা ৰাষ্ট্ৰীয় উদ্যানৰ নামনি অংশৰ মাজেৰে থকা এলিফেণ্ট কৰিডৰেৰেও আহিব পাৰে।

জোনাই ৰেঞ্জৰ বন বিষয়া ফাকৰুল ইছলামেএ কৈছে যে শেহতীয়াভাৱে নিৰ্বনানীকৰণৰ বাবে হাতী-মানুহৰ সংঘাট ক্ৰমশঃ বাঢ়ি আহিছে।

আনহাতে যোৱা ২৫ তাৰিথে পুৱা পোবা সংৰক্ষিত বনাঞ্চলৰ সমীপস্থ বেৰাচাপৰি ধাননি পথাৰত প্ৰৱেশ কৰা এটা পূৰ্ণ-বয়স্ক মতা হাতী ৰহস্যজনকভাৱে মৃত্যু মুখত পৰিছে। বন বিষয়াসকলে হাতীটোৰ মৃত্যুত কোনো দুস্কৃতিকাৰী জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে।

জানিব পৰা মতে ৩টা হাতীৰ এটা জাকে আহি ২৪ অক্টোবৰৰ নিশা চপাবৰ সময় হোৱা ধাননি পথাৰত প্ৰৱেশ কৰি ধান খাই শেষ কৰিছে।

স্থানীয় বাসিন্দাসকলে জনোৱা মতে বনৰীয়া হাতীয়ে জোনাই ৰেঞ্জৰ অন্তৰ্গত বৰং চাপৰি আৰু ধেমাজি ৰেঞ্জৰ অনতৰ্গত ছিছি এলেকাৰ খেতি পথাৰ আৰু সাম্পত্তি নষ্ট কৰিছে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd