• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলা ভাষাত গুণোৎসৱৰ নিৰ্দেশাৱলী : জাতীয় সংগঠনৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2018 10:26 am
Untitled-1 copy
292
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্য আগত ৰাখি যোৱা বছৰৰ পৰা শিক্ষা বিভাগে আৰম্ভ কৰা গুণোৎসৱৰ দ্বিতীয় সংস্কৰণৰ প্ৰথম পৰ্যায় সফলতাৰে সম্পন্ন হৈ যোৱাৰ পাছত ৩১ অক্টোবৰ অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে ৰাজ্যৰ ১৭খন জিলাৰ বিদ্যালয়ক সাঙুৰি ল’ব।

এইখিনিতে মন কৰিবলগীয়া কথা যে দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষা বিভাগৰ কাণ্ডজ্ঞানহীন কাৰ্য পোহৰলৈ অহাত অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ মাজত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো ৰাজ্য চৰকাৰে গুণোৎসৱৰ নিৰ্দেশাৱলী বাংলাভাষাত প্ৰকাশ কৰি বিদ্যালয় সমূহলৈ প্ৰেৰণ কৰিছে।

অসম চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগৰ এনে আজৱ কাণ্ডত এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া ভাষাৰ বিপৰীতে শিক্ষা বিভাগে প্ৰকাশ কৰা পত্ৰিকাখনত কেৱল বাংলা ভাষাৰ পয়োভৰ। পত্ৰিকাখনৰ বেটুপাতত গুৱাহাটীৰ ঠাইত লিখিছে গুয়াহাটি, কাহিলিপাৰাৰ ঠাইত কাহিলিপাড়া তথা মূল্যায়ণ নিৰ্দেশাৱলীৰ ঠাইত মূল্যায়ন নিৰ্দেশাবলি লিখাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ৰাজ্যৰে সচেতন ৰাইজৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশীক সংস্থাপনেৰে অসমীয়া ভাষাক বিপন্ন কৰিব নেকি বুলি সকলোৱো আশংকা কৰি থকাৰ সময়তে এনেদৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এখন পত্ৰিকাত বাংলা ভাষাৰ প্ৰয়োগ দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে।

বাংলা ভাষাত গুণোৎসৱৰ নিৰ্দেশাৱলী প্ৰকাশ কৰা কাৰ্যত গোলাঘাট ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd