• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰক্ষিত নহয় ৰাজেন গোহাঁইৰ ৰে’ল বিভাগ; গুৱাহাটী-শিলচৰ ৰে’লত লুটপাত

শিশুসহ চাৰি সদস্যক অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2018 6:03 pm
199
VIEWS
Share on FacebookShare on Twitter

ৰাজেন গোহাঁইৰ ৰে’ল বিভাগত পুনৰ অঘটন। বিভিন্ন সময়ত ৰে’লত হত্যা, ধৰ্ষণৰ পৰা ধৰি লুটপাতলৈকে হৈ থকাৰ সময়ত এইবাৰ গুৱাহাটী শিলচৰ ৰে’লত সংঘটিত হয় লুটপাতৰ ঘটনা।

প্ৰাপ্ত তথ্য মতে ছেকেন্দ্ৰাবাদৰ পৰা কৰিমগঞ্জলৈ বুলি বিজু সিংহাৰ পৰিয়ালৰ শিশুসহ চাৰিজন সদস্যই  যাত্ৰা কৰা পথতে গুৱাহাটী ষ্টেইশ্যনৰ পৰা উঠা এজন যুৱকৰ সৈতে পৰিয়ালটোৰ চিনাকী হৈছিল।

যাত্ৰা পথতে যুৱকজনে পৰিয়ালটোৰ সৈতে চিনাকী হোৱাত পৰিয়ালৰ সদস্যকেইজনক খুৱাইছিল শীতল পানীয়।

ফলত যুৱকজনে দিয়া শীতল পানীয় খাই অচেতন হৈ পৰিছিল পৰিয়ালটোৰ আটাইকেইজন সদস্য।

সেইমতে একেলগে যাত্ৰা কৰাৰ পথত যুৱকজনে পৰিয়ালৰ সদস্য কেইজনক খুৱাইছিল শীতল পানীয়। যুৱকজনে দিয়া পানীয় খাই অচেতন হৈ পৰিছিল আটাইকেইজন সদস্য।

অচেতন হোৱাৰ লগে লগে দুৰ্বৃত্তই পৰিয়ালটোৰ সকলো সামগ্ৰী লুটি নিয়ে। আনহাতে বিজু সিংহাৰ জ্যেষ্ঠ পুত্ৰই চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্তই ৰে’লৰ চেইন টানি পলাই যাবলৈ সক্ষম হয়।

পিছত ৰে’লৰ আন আন যাত্ৰী সকলে ৰে’লৱে আৰক্ষীক খবৰ দিয়াত ৰে’লৱে আৰক্ষীয়ে অচেতন অৱস্থাত থকা আটাইকেইজনকে উদ্ধাৰ কৰি লামডিং ৰে’ল চিকিৎসালয়ত ভৰ্তি কৰে।

Recent News

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd