• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াৰ চৈখোৱাত সংঘটিত গণহত্যাৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ হোজাই জিলা কংগ্ৰেছৰ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
November 2, 2018 1:27 pm
20181102_122359

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ শদিয়াৰ ধলা চৈখোৱাঘাটত বৃহস্পতিবাৰে সন্ধিয়া অচিনাক্ত বন্দুকধাৰীৰ দলে ৬জন লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে হোজাই জিলা কংগ্ৰেছে। এই ঘটনাৰ বাবে হোজাই জিলা কংগ্ৰেছ কমিটিয়ে আলফা(স্বাঃ), আলোচনাপন্থী আলফাৰ লগতে সোণোৱাল নেতৃত্বাধীন চৰকাৰকে দোষাৰোপ কৰে।

বৃহস্পতিবাৰে ঘটা উক্ত নাৰকীয় ঘটনাৰ বিৰুদ্ধে হোজাই জিলা কংগ্ৰেছৰ সভাপতি ড০ অৰ্ধেন্দু কুমাৰ দে’ৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে আজি ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়।

আনহাতে ড০ অৰ্ধেন্দু কুমাৰ দে’য়ে সংবাদ মাধ্যমৰ আগত আলোচনাপন্থী আলফা নেতা জীতেন দত্ত আৰু মৃণাল হাজৰিকাকে উক্ত অমানৱীয় ঘটনাৰ বাবে জগৰীয়া বুলি কয়। তদুপৰি এইসকল আলোচনাপন্থী আলফা নেতাক চৰকাৰে সহযোগ কৰি আছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয়।

20181102_103728
ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে আজি ৰাতিপুৱাই আলফা(স্বাঃ)য়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে তেওঁলোক এই ঘটনাৰ লগত জড়িত নহয় বুলি কৰা মন্তব্য সন্দৰ্ভতো কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰা দেখা যায়। তেওঁ কয় যে পূৰ্বেও আলফা(স্বাঃ)য়ে এনেধৰণৰ ঘটনা সংঘটিত কৰি পাছত তেওঁলোক জড়িত নহয় বুলি মন্তব্য কৰাৰ উদাহৰণ আছে।

আনহাতে হিন্দু বাঙালী লোকৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়া আলফা নেতা জীতেন দত্ত আৰু মৃণাল হাজৰিকাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কিয় কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই সেই লৈয়ো প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ইয়াৰ উপৰি হোজাই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় চক্ৰৱৰ্তীয়ে কয়- ‘অসম হৈছে শংকৰদেৱ-মাধৱদেৱৰ ৰাজ্য। ইয়াত বাস কৰা প্ৰতিজন লোকে কেৱল শান্তি-সম্প্ৰীতিহে বিচাৰে’।

‘বিজেপি চৰকাৰৰ নিৰ্দেশ মৰ্মেই হোজাই আৰক্ষীয়ে চলিত বছৰৰ ৮ মে’ত অৰ্ধেন্দু দেইৰ মন্তব্যৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল। কিন্তু আজি সেই একেখন চৰকাৰে আলফা নেতা জীতেন দত্ত আৰু মৃণাল হাজৰিকাৰ প্ৰৰোচনামূলক মন্তব্যৰ বিৰুদ্ধে কিয় একো ব্যৱস্থা গ্ৰহণ নকৰে’ বুলি সাধাৰণ সম্পাদক গৰাকীয়ে মন্তব্য কৰে।

আনহাতে কংগ্ৰেছৰ নেতাগৰাকীয়ে এইখন চৰকাৰে সাধাৰণ লোকক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও সংবাদ মাধ্যমৰ আগত কয়।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd